Wednesday, 8 September 2021

*নিমাতিঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত আজি সংঘটিত নাও দুৰ্ঘটনাত নিখোজ হৈ থকা লোকসকলৰ উদ্ধাৰৰ বাবে গোলাঘাট জিলা প্ৰশাসনে দুৰ্যোগ প্ৰশমন বাহিনীৰ এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে । দলটো কিছু সময়ৰ পূৰ্বে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত অংশ লৈছে । ছজনীয়া দলটোত তিনিগৰাকী ডুবাৰু আৰু এখন উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা নাও আছে ।*

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...