Sunday, 12 September 2021

গোলাঘাটৰ মাজমজিয়াৰ চাউলবজাৰত শনিবাৰে নিশা প্ৰায় ৮-৩০ বজাত এক বিধৱংসী অগ্নিকাণ্ড সংঘটিত হয় ৷

 গোলাঘাটৰ মাজমজিয়াৰ চাউলবজাৰত শনিবাৰে নিশা প্ৰায় ৮-৩০  বজাত এক বিধৱংসী অগ্নিকাণ্ড সংঘটিত হয় ৷


অগ্নিৰ লেলিহান শিখাই মূহূৰ্ততে ৬ খনকৈ দোকান আৰু কেইবাটাও গুডাম ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ খবৰ পাই লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহিল যদিও জুইৰ প্ৰকোপ বৃদ্ধিৰ বাবে জুই নুমুৱাবলৈ বহু সময়ৰ আবশ্যক হয় ৷ বৈদ্যুতিক শ্বৰ্ট স্বাৰ্কৃতৰ ফলত দুৰ্ঘটনাটো সংঘটিত হলবুলি

 ৰাইজে সন্দেহ কৰিছে ৷ এই অগ্নিকাণ্ডত কেইবাকোটি টকাৰ সামগ্ৰী জাহ যায় ৷ ::: 


 গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...