Thursday, 13 May 2021

এটি হৃদয় বিদাৰক খবৰ ।

 13 May, 2021


এটি হৃদয় বিদাৰক খবৰ ।



এটি হৃদয় বিদাৰক খবৰ । মানি লবলৈ টান যদিও মৃত্যু অপাৰাজেয়, চিৰ সত্য । 

শ্ৰদ্ধাৰ  হোমেন বৰগোহাঞি দেৱৰ বিয়োগত একাজলি অশ্ৰুঞ্জলী নিবেদিছোঁ । তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰা 😢😢🙏🙏


তেওঁৰেই কবিতা এটিৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ 🙏🙏🙏।      


   ✍️ৰঞ্জনা পাঠক 

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...