Tuesday, 11 August 2020

11 August, 2020 যোৱা কালি অসম চাহ জনজাতি ছাএ সন্থা (আটছা) গোলাঘাট জিলা সমিতিৰ উদ্যোগত, ধনশিৰি মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত অসম - নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান আৰু সীমান্তৱতী অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পতিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচীৰ ৰূপায়ন কৰে। কাৰ্য্যসূচীত উপস্থিত থাকে আটছাৰ কেন্দ্রীয় সভাপতি শ্ৰীযুত ধীৰাজ গোৱালা, সহ সাধাৰণ সম্পাদক জগদীশ বৰাইক, সাংগঠনিক সম্পাদক অনিত গড়, সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱালা, কাৰ্যনিৰ্বাহক সদস্য উমাশংকৰ কু্ৰ্মি, প্ৰবিন তাতীঁ, জিলা সভাপতি ৰাবুল তুৰি, সম্পাদক কুমুদ কালিন্দিকে ধৰি বহু সংখ্যক আটছাৰ কৰ্মি। আচিক তাৰ্তী ৰিপত গোলাঘাট।

 11 August, 2020


যোৱা কালি অসম চাহ জনজাতি ছাএ সন্থা (আটছা) গোলাঘাট জিলা সমিতিৰ উদ্যোগত, ধনশিৰি মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত অসম - নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান আৰু সীমান্তৱতী অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পতিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত  প্ৰতিবাদী কাৰ্য্যসূচীৰ ৰূপায়ন কৰে। কাৰ্য্যসূচীত উপস্থিত থাকে আটছাৰ কেন্দ্রীয় সভাপতি শ্ৰীযুত ধীৰাজ গোৱালা, সহ সাধাৰণ সম্পাদক জগদীশ বৰাইক, সাংগঠনিক সম্পাদক অনিত গড়, সাংস্কৃতিক সম্পাদক মহেশ্বৰ গোৱালা, কাৰ্যনিৰ্বাহক সদস্য উমাশংকৰ কু্ৰ্মি, প্ৰবিন তাতীঁ, জিলা সভাপতি ৰাবুল তুৰি, সম্পাদক কুমুদ কালিন্দিকে ধৰি বহু সংখ্যক আটছাৰ কৰ্মি। 


আচিক তাৰ্তী ৰিপত গোলাঘাট।

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...