Monday, 8 June 2020

দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসুস্থ। জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈছে দিল্লীৰ মূখ্যমন্ত্ৰী। বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে মূখ্যমন্ত্ৰী গৰাকী।


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...