Tuesday, 9 June 2020

9 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে তিনিচুকীয়াৰ বাঘজানত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিৰ্দেশ দিছে । সেইমৰ্মে উদ্যোগ মন্ত্ৰীগৰাকীয়ে আজি নিশাই বাঘজান অভিমুখে ৰাওনা হ'ব।


No comments:

Post a Comment

Welcome Northeast News India

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...