Friday, 19 June 2020

19 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ।মহানগৰ আৰক্ষী আয়ুক্তক , স্বৰ্গদেউ চাওলুং চ্যুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু মন্তব্য কৰা পশ্চিমবংগৰ গৰ্গ চেটাৰ্জীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে।


No comments:

Post a Comment

Welcome Northeast News India

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India