Wednesday, 20 May 2020

20 May, 2020

 অতিথিৰূপে নিজৰ ঘৰলৈ লৈ নাহিব  কৰ'না ভাইৰাছক। সাময়িকভাৱে অতিথিক ঘৰলৈ আদৰা অথবা আপুনিও অতিথি হৈ বেলেগৰ ঘৰলৈ যোৱাটো বন্ধ কৰক। ই আপোনাৰ লগতে সকলোকে সুৰক্ষিত কৰি ৰাখিব।

No comments:

Post a Comment

Welcome Northeast News India

বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...