Wednesday, 8 December 2021
*গোলাঘাট জিলাত ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান**চাইকেলৰ পিছফালে লগোৱা হ'ব প্ৰতিফলক, চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ হাৰ ৯.৫৫শতাংশ হ্ৰাস*
Tuesday, 7 December 2021
*গোলাঘাটত অসম দক্ষতা বিকাশ অভিযানৰ কৰ্মশালা**আগ্ৰহ অনুসৰি দক্ষতা আয়ত্ত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ*
গোলাঘাটৰ থুৰামুখৰ দুজন সাতুৰ বিদ দুয়োজনে সাতোৰ প্ৰতিযোগিতাত ভাগলৈ বহুতো মেডেল আৰু প্ৰমাণপত্ৰ লাভ কৰিছিল কিন্ত এতিয়া শিশুৰ খেলৰ সামগ্ৰী হৈ পৰিল মেডেলবোৰ ৷ প্ৰমাণপত্ৰ সমূহও ফাইলত সাচি মাজেমাজে অতিতক স্মৰণ কৰে দুই যুৱকে ৷
গোলাঘাটৰ থুৰামুখৰ দুজন সাতুৰ বিদ দুয়োজনে সাতোৰ প্ৰতিযোগিতাত ভাগলৈ বহুতো মেডেল আৰু প্ৰমাণপত্ৰ লাভ কৰিছিল কিন্ত এতিয়া শিশুৰ খেলৰ সামগ্ৰী হৈ পৰিল মেডেলবোৰ ৷ প্ৰমাণপত্ৰ সমূহও ফাইলত সাচি মাজেমাজে অতিতক স্মৰণ কৰে দুই যুৱকে ৷
এই দৃশ্যলৈ চাওক ভূল নকৰিব এইয়া শিশুটোৰ খেলাৰ সামগ্ৰী নহয় ৷ এই সমূহ এসময়ত বহু কষ্টে আৰ্জন কৰা সন্মাহে ৷ সাবিত্ৰী বৰাৰ দুইপুত্ৰ কিশোৰ কুমাৰ বৰা আৰু বিপ্লৱ বৰাই সৰুৰেপৰা ঘৰৰ কাষৰ বিল আৰু পুখুৰিত সাতুঁৰি ৷গোলাঘাটৰ ষ্টেডিয়ামতো প্ৰশিক্ষণ লৈছিল৷ মাক সাবিত্ৰীয়ে শিশু অৱস্থাতে দুই পুত্ৰ কিশোৰ আৰু বিপ্লৱক ঘৰৰপৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ গোলাঘাট চহৰলৈ খোজকঢ়াই নি সাতুৰৰ প্ৰশিক্ষণ দিয়াইছিল জিলা পয্যায়ত খেলি দুয়ো সুনাম আৰ্জন কৰিছিল ৷ কিশোৰে এবাৰ ৰাজ্যিক পয্যায়তো খেলিছিল ৷ কিন্তু দুয়ো ককাই -ভায়ে চৰকাৰৰ পৰা কোনো সা সুবিধা নেপালে ৷ বিপ্লৱে মাক সাবিত্ৰীৰ সহযোগত খেতিত মন দিলে ৷ কৃষি বিভাগৰ সহায়ৰ অবিহনে তেওঁ জিকা: ডাংবদি ;কেৰেলা; নেমু; ভোটজলকীয়া আদিখেতি কৰে যদিও উচিত বজাৰ মূল্য নেপায় ৷ বৰপুতেক কিশোৰে ঠিকাদাৰৰ অধীনত কাম কৰে ৷ সামান্য মাটিত ধানখেটিও কৰে যদিও এসময়ত সাতুৰি নাদুৰি সুনা অৰ্জন কৰা এই পৰিয়াটো আৰ্থিক অনাতনৰ সন্মুখিন হৈছে ৷ তেওলোকৰ সমস্যা নিৰাময়ৰ বাবে মাক সাবিত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক আবেদন জনাইছে ৷ :::
প্ৰকাশ শৰ্মা গোলাঘাট ৷ NORTHEAST NEWS INDIA
Monday, 6 December 2021
*গোলাঘাটত মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে ৰেলী, কৰ্মশালা সম্পন্ন*
*গোলাঘাট জিলা সমাজ কল্যান বিভাগৰ উদ্যোগতো মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী*
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...