Friday, 3 December 2021
*গোলাঘাটত এপাৰ্টৰ অধীনত কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ*
*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন*
Thursday, 2 December 2021
*অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি-২০২১( ক্ষীপ্ৰ আদায়কাৰী শিতান)ৰ অধীনত গোলাঘাট জিলাৰ ৫,০০৪ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান**অসমত অচিৰেই মুকলি হ'ব ১০ খন কৰ্কট ৰোগৰ চিকিৎসালয়, গোলাঘাট জিলাকে ধৰি ৮খন জিলাত কৰ্কট ৰোগৰ নতুন চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱ**ঋণ লোৱা মহিলাসকলক ভৱিষ্যৎ সময়ত নিয়মীয়াকৈ ওভতাই দিয়াৰ আহ্বান বিত্তমন্ত্ৰীৰ**ৰাজ্য চৰকাৰে ১লাখ নিবনুৱা যুৱক-যুৱতীক অহা মে' মাহৰ ভিতৰতে নিযুক্তি দিয়াৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছেঃ অতুল বৰা*
ৰাজ্যৰ একমাত্ৰ চিৰিয়াখানা খন ন-ৰূপত
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভীড-১৯ ব বাবে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা ও বহুদিন ধৰি দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছিল ৷ জীৱ জন্তুক এই মৰাত্মক ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিশেষ সাৱধানতা গ্ৰহণ কৰিছিল কতৃপক্ষই ৷ এতিয়া ক’ভীডৰ আতংক আংশিকভাবে হলেও শাম কটাৰ পিছত ৰাইজৰ দৰ্শনৰ বাবে কিছূদিনৰ পূৰ্বে পুণৰ মুকলি কৰা হ’ল ৷ দৰ্শনাৰ্থীৰো সমাগম আৰম্ভ হৈছে ৷ অৱশ্যে পূৰ্বতে থকা জীৱজন্তু ; উভচৰ প্ৰাণী থকা বহুকেইটা গড়াল খালিহৈ থকা দেখা গ’ল ৷ চিৰিয়াখানালৈ দুটা নতুন জিৰাফ অনাৰ লগতে বিশেষ কাৰণ বশত কিছূসংখ্যক জীৱজন্তু ৰাইজৰ দৰ্শকৰ বাবে অনুমতি দিয়া নাই ৷ এক সূত্ৰে জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত পৃথিৱীৰ ভিতৰত সবাতোকৈ সৰু আকাৰৰ বান্দৰো আছে ৷ চিৰিয়াখানাৰ কতৃপক্ষই ৰাজ্যৰ একমাত্ৰ চিৰিয়াখানা খন ন-ৰূপত
সজাই তোলাৰ বিশেষভাবে সক্ৰীয় হোৱা পৰিলক্ষিত হৈছে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Wednesday, 1 December 2021
*মৃতকৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ গোলাঘাট জিলাৰ গোলাঘাট আঞ্চলিক শাখাৰ সকলো গৃহস্থি আৰু নামঘৰত বন্তি প্ৰজ্বলন* ।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...