15 July, 2021
১৫ জুলাই, ২০২১
চৰকাৰ চলোৱা বৰমূৰীয়া সকললৈ , চৰকাৰলৈ আহ্বান।
যদি কোনো ব্যক্তিৰ ক'ভিড প্ৰতিষেধক লোৱাৰ পিছত যদি কিবা কাৰণত মৃত্যু হয়।
সেই ব্যক্তিৰ পৰিয়াললৈ চৰকাৰে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে।
আৰ্থিক সাহায্য হিচাপে ৫০ লাখ টকা ঘোষণা কৰিব লাগে আৰু প্ৰদান কৰিব লাগে।
চৰকাৰলৈ দুখীয়া জনসাধাৰণ কথা চিন্তা কৰিবলৈ আকৌ পুনৰ আহ্বান জনালো।
দেশ তথা ৰাজ্যলৈ শান্তি ঘুৰি আহক ভগৱানলৈ প্ৰাৰ্থনা জনাইছো।
ধন্যবাদেৰে।