Thursday, 8 July 2021
07 July, 2021 নুমলীগড় চাহবাগিছাত সোমবাৰে উদ্ধাৰ হোৱা এটা মৃতদেহ মঙ্গলবাৰে গোলাঘাটৰ বনাঞ্চলিক বিষয়াৰ কায্যালয়লৈ আনি বিভাগীয় নিয়ম অনুযায়ী সৎকাৰ কৰা হয় ৷ প্ৰকৃততে নুমলীগড় চাহ বাগিছাৰ মাজত উদ্ধাৰ হৈছিল পূৰ্ণবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহটো ৷ মঙ্গলবাৰে এই মৃতদেহ গোলাঘাটলৈ অনা হয় ৷ আৰু কাজিৰঙাস্থিত বণ্যপ্ৰাণী পুণৰ সংস্হাপন কেন্দ্ৰৰ চিকিৎসকে গেলিযোৱা বাঘটোৰ মৃতদেহৰ নমুনা সংগ্ৰহ কৰাৰ পিছত সাংবাদিক; ৱাইল্ডলাইফ বাৰ্ডেন ; প্ৰকৃতিপ্ৰেমী আৰু বণবিষয়াৰ উপস্থিতিত বাঘটো সৎকাৰ কৰা হয় ৷ মঙহ গেলিযোৱাৰ ফলত অতি দুৰ্গন্ধ ওলোৱালৈ লক্ষ্য কৰিলে বাঘটোৰ কেইবাদিনৰ আগতেই মৃত্যুহোৱা বুলি অনুমান কৰিব পাৰি ৷ এই সন্দৰ্ভত গোলাঘাটৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বৰগোহাইয়ে এনেদৰে মন্তব্য কৰিলে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
07 July, 2021
নুমলীগড় চাহবাগিছাত সোমবাৰে উদ্ধাৰ হোৱা এটা মৃতদেহ মঙ্গলবাৰে গোলাঘাটৰ বনাঞ্চলিক বিষয়াৰ কায্যালয়লৈ আনি বিভাগীয় নিয়ম অনুযায়ী
সৎকাৰ কৰা হয় ৷ প্ৰকৃততে নুমলীগড় চাহ বাগিছাৰ মাজত উদ্ধাৰ হৈছিল পূৰ্ণবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহটো ৷ মঙ্গলবাৰে এই মৃতদেহ গোলাঘাটলৈ অনা হয় ৷ আৰু কাজিৰঙাস্থিত বণ্যপ্ৰাণী পুণৰ সংস্হাপন কেন্দ্ৰৰ চিকিৎসকে গেলিযোৱা বাঘটোৰ মৃতদেহৰ নমুনা সংগ্ৰহ কৰাৰ পিছত সাংবাদিক; ৱাইল্ডলাইফ বাৰ্ডেন ; প্ৰকৃতিপ্ৰেমী আৰু বণবিষয়াৰ উপস্থিতিত বাঘটো সৎকাৰ কৰা হয় ৷ মঙহ গেলিযোৱাৰ ফলত অতি দুৰ্গন্ধ ওলোৱালৈ লক্ষ্য কৰিলে বাঘটোৰ কেইবাদিনৰ আগতেই মৃত্যুহোৱা বুলি অনুমান কৰিব পাৰি ৷ এই সন্দৰ্ভত গোলাঘাটৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বৰগোহাইয়ে এনেদৰে মন্তব্য কৰিলে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Wednesday, 7 July 2021
Dima Hasao Mega Civic Vaccination session plan On 08/07/2021
07 July, 2021
Dima Hasao Mega Civic Vaccination session plan On 08/07/2021
1.Langting PHC
2. Manayung Hadi Village ( Manderdisa HWC)
3.Hatikhali HWC.
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...