Thursday, 8 July 2021

08 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 07/07/2021.

08 July, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 07/07/2021.

07 July, 2021 নুমলীগড় চাহবাগিছাত সোমবাৰে উদ্ধাৰ হোৱা এটা মৃতদেহ মঙ্গলবাৰে গোলাঘাটৰ বনাঞ্চলিক বিষয়াৰ কায্যালয়লৈ আনি বিভাগীয় নিয়ম অনুযায়ী সৎকাৰ কৰা হয় ৷ প্ৰকৃততে নুমলীগড় চাহ বাগিছাৰ মাজত উদ্ধাৰ হৈছিল পূৰ্ণবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহটো ৷ মঙ্গলবাৰে এই মৃতদেহ গোলাঘাটলৈ অনা হয় ৷ আৰু কাজিৰঙাস্থিত বণ্যপ্ৰাণী পুণৰ সংস্হাপন কেন্দ্ৰৰ চিকিৎসকে গেলিযোৱা বাঘটোৰ মৃতদেহৰ নমুনা সংগ্ৰহ কৰাৰ পিছত সাংবাদিক; ৱাইল্ডলাইফ বাৰ্ডেন ; প্ৰকৃতিপ্ৰেমী আৰু বণবিষয়াৰ উপস্থিতিত বাঘটো সৎকাৰ কৰা হয় ৷ মঙহ গেলিযোৱাৰ ফলত অতি দুৰ্গন্ধ ওলোৱালৈ লক্ষ্য কৰিলে বাঘটোৰ কেইবাদিনৰ আগতেই মৃত্যুহোৱা বুলি অনুমান কৰিব পাৰি ৷ এই সন্দৰ্ভত গোলাঘাটৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বৰগোহাইয়ে এনেদৰে মন্তব্য কৰিলে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

 07 July, 2021


নুমলীগড় চাহবাগিছাত সোমবাৰে উদ্ধাৰ হোৱা এটা মৃতদেহ মঙ্গলবাৰে গোলাঘাটৰ বনাঞ্চলিক বিষয়াৰ কায্যালয়লৈ আনি বিভাগীয় নিয়ম অনুযায়ী

 সৎকাৰ কৰা হয় ৷ প্ৰকৃততে নুমলীগড় চাহ বাগিছাৰ মাজত উদ্ধাৰ হৈছিল পূৰ্ণবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহটো ৷ মঙ্গলবাৰে  এই মৃতদেহ গোলাঘাটলৈ অনা হয় ৷ আৰু কাজিৰঙাস্থিত বণ্যপ্ৰাণী পুণৰ সংস্হাপন কেন্দ্ৰৰ চিকিৎসকে গেলিযোৱা বাঘটোৰ মৃতদেহৰ   নমুনা সংগ্ৰহ কৰাৰ পিছত সাংবাদিক; ৱাইল্ডলাইফ বাৰ্ডেন ; প্ৰকৃতিপ্ৰেমী আৰু বণবিষয়াৰ উপস্থিতিত বাঘটো সৎকাৰ কৰা হয় ৷ মঙহ গেলিযোৱাৰ ফলত অতি দুৰ্গন্ধ ওলোৱালৈ লক্ষ্য কৰিলে বাঘটোৰ কেইবাদিনৰ আগতেই মৃত্যুহোৱা বুলি অনুমান কৰিব পাৰি ৷ এই সন্দৰ্ভত গোলাঘাটৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বৰগোহাইয়ে এনেদৰে মন্তব্য কৰিলে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।


Wednesday, 7 July 2021

Dima Hasao Mega Civic Vaccination session plan On 08/07/2021

07 July, 2021

Dima Hasao Mega Civic Vaccination session plan On 08/07/2021
1.Langting PHC
2. Manayung Hadi Village ( Manderdisa HWC)
3.Hatikhali HWC.
4.Maibang CHC.

07 July, 2021COVID-19🦠 update in Dima Hasao District date 07th July, 2021

07 July, 2021

COVID-19🦠  update in 
Dima Hasao District date 07th July, 2021

যোৰহাট নগৰ এলেকাৰ বাবে

07 July, 2021

 যোৰহাট নগৰ এলেকাৰ বাবে

যোৰহাট নগৰত কোনটো বাৰত কোনটো ৰোড আৰু এলেকাত গেলামালৰ দোকানসমূহ খোলা ৰাখিব পাৰিব জিলা প্ৰশাসনে নিদিষ্ট কৰি দিছে৷

07 July, 2021Daily COVID-19🦠😷 Bulletin Golaghat

07 July, 2021

Daily COVID-19🦠😷 Bulletin Golaghat

07 July, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 08/07/2021

07 July, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 08/07/2021

শুভেচ্ছা বাৰ্তা

বিশ্বৰ সমগ্ৰ মানৱ জাতিক আন্তৰিক নতুন বছৰৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। এই নতুন বছৰে মানৱ হৃদয়ত শান্তি, প্ৰেম, সহানুভূতি আৰু ভাতৃত্ববোধ জগ...