07 July, 2021
Wednesday, 7 July 2021
ৰাজ্যত কৰোণা উৎপাতৰ লগতে ম'হৰো উৎপাত
07 July, 2021
ৰাজ্যত কৰোণা উৎপাতৰ লগতে ম'হৰো উৎপাত
গোলাঘাট,০৭ জুলাই : ৰাজ্যত কৰোণা উৎপাতৰ লগতে ম'হৰো উৎপাত বাঢ়িছে। চৰকাৰে কৰোণা উৎপাতৰ হাৰ কমাবলৈ বিভিন্ন উপায় অবলম্বন কৰা দেখা গৈছে। ৰাইজৰ জনসাধাৰণৰ অৱস্থা সংকতৰ গৰাহত। আমাৰ দুখীয়া জনসাধাৰণৰ আৰ্থিকভাৱে মৃত্যু মুখত পৰিছে। কৰোণাতকৈও ভংয়কৰ অৱস্থা হৈছে। কিন্তু এই দিখত কাৰো সময় নাই, সকলো নিজৰ নিজৰ অংকত । বেমাৰৰ নামত ব্যৱসায়, সকলো বস্তুৰ আকাশ লঙ্ঘী দাম। দুখীয়া জনসাধাৰণৰ অৱস্থা একে বাৰে বেয়া দিখত গতি কৰিছে। চৰকাৰে কৰোণা জনসমাগমৰ পৰা বৃদ্ধি হব বুলি ভাবি লক ডাউন দিছে, কিন্তু ম'হৰ পৰাও যে কৰোণা বৃদ্ধি হব পাৰে এই দিশত কিন্তু চৰকাৰে কোনো ব্যবস্থা লোৱা দেশা নাই বা ম'হক দেশৰ পৰা, ৰাজ্যৰ পৰা নাইকীয়া কৰিব পৰা নাই।
মাধৱ গগৈ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Tuesday, 6 July 2021
06 July, 2021Session schedule of Covid Vaccination Centres for mega campaign under Majuli district. Date - 07/07/2021 Time - 9AM - 5PMTARGET- 120(Age Group 18+)1st and 2nd Dose1) Kharjanpar High School, Pohumora- Covishield
06 July, 2021
Session schedule of Covid Vaccination Centres for mega campaign under Majuli district.
Date - 07/07/2021
Time - 9AM - 5PM
TARGET- 120
(Age Group 18+)
1st and 2nd Dose
1) Kharjanpar High School, Pohumora- Covishield
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...