Monday, 5 July 2021

অহা কালিলৈ ইংৰাজী ০৬/০৭/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে

05 July, 2021

অহা  কালিলৈ ইংৰাজী ০৬/০৭/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। ইয়াৰ ভিতৰত কেৱল ড০ বি. আৰ. আম্বেদকাৰ ভৱনত সীমিত সংখ্যক প্ৰথম পালি টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ইচ্ছুকজনে থলীতে পঞ্জীয়ন কৰি এই টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

05 July, 2021Report immediately to Cyber Financial Fraud Helpline:155260 Quick and timely assistance in cyber fraud related issues is now just a call away.

05 July, 2021

Report immediately to Cyber Financial Fraud Helpline:155260 

Quick and timely assistance in cyber fraud related issues is now just a call away.

05 July, 2021Chartered Accountancy examination to be conducted offline, across 10 centres in Assam, from 5th July to 30th July 2021.

05 July, 2021

Chartered Accountancy examination to be conducted offline, across 10 centres in Assam, from 5th July to 30th July 2021.

05 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 04/07/2021.

05 July, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 04/07/2021.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।