01 July, 2021
সকলো বিশ্ববাসিৰ মানৱ জাতিলৈ আহ্বান।।
হে বিশ্ববাসি আমাক এই পৃথিবীলৈ মানৱ জাতি ৰূপে পথিয়াইছে। কোনো জাতিৰ নামত আমাক এই পৃথিবীলৈ পথোৱা নাই। আমি এই পৃথিবীত মানৱ জাতি ৰূপে জীৱন নিৰ্বাহ কৰিৱ লাগিৱ। আমাক ধৰ্মৰ নামত ভাগ ভাগ কে পথোৱা নাই এই পৃথিবীত। আমি সকলো একে শৰীৰেৰে গঢ়া মানৱ জাতি। আমাৰ একে খনেই পৃথিবী, একে জল বায়ু, একে সূৰ্য়্য, একে চন্দ্ৰ। কিন্তু আমাৰ ভগৱান বেলেগ বেলেগ। এয়া কেনেকৈ হব পাৰে। কোনো কাৰণতেই হব নোৱাৰে। আমাৰ এয়া ভূল ধাৰণা। আহক এই সকলো ভূল ধাৰণা দূৰ কৰি, আমি সকলো ধৰ্ম প্ৰৰিত্যাগ কৰো। আহক আমি সকলো মানৱ জাতি ৰূপে প্ৰতিষ্ঠিত হওঁ। সত্যৰ আধাৰত আমাৰ ধৰ্ম হওঁক মানৱ ধৰ্ম ।। এই পৃথিবীৰ সকলো প্ৰকৃতিৰ সৃষ্টিক আমি সন্মান প্রদর্শন কৰো।।
ধন্যবাদ।।
শ্ৰদ্ধাৰে
মাধৱ গগৈ।।