Sunday, 27 June 2021

মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি।

27 Jun, 2021

মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি। 

ক'ভিড মহামাৰীৰ ফলত স্বামীহাৰা হোৱা সকলো মহিলাক সামাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে অসম চৰকাৰে 'মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি' নামেৰে এক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। আঁচনিখনৰ অধীনত এই সংকটৰ সময়ত এনে মহিলাসকলক ২,৫০,০০০ টকাৰ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিখনৰ যোগ্যতাৰ চৰ্তাৱলী, ৰূপায়ণৰ প্ৰক্ৰিয়া আৰু আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰ বিষয়ে সবিশেষ জানি লওঁক।

27 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 26/06/2021.

27 Jun, 2021

Covid Update Assam   

Covid19 Assam and actions taken as on 26/06/2021.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।