Thursday, 24 June 2021
অহা কালিলৈ ২৫ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷
24 Jun, 2021
অহা কালিলৈ ২৫ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷
যোৱা ১২ মে, ২০২১ তাৰিখে যি সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল, সেইসকলে একেটা কেন্দ্ৰতে গৈ নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।
নিজৰ পৰিচয় পত্ৰৰ লগতে ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷
অহা ইংৰাজী ২৭/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৪/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে।
24 Jun, 2021
অহা ইংৰাজী ২৭/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৪/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। যিসকল ব্যক্তিয়ে ওপৰত উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহৰ ভিতৰত, যিটো কেন্দ্ৰতে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল সেই একেটা কেন্দ্ৰতে কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব। টীকাকৰণ কেন্দ্ৰসমূহত সকলোকে জিলা প্ৰশাসনে ক’ভিডৰ বিধিসমূহ পালন কৰিবলৈ আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।
অহা ইংৰাজী ২৬/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৩/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে।
24 Jun, 2021
অহা ইংৰাজী ২৬/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৩/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। যিসকল ব্যক্তিয়ে ওপৰত উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহৰ ভিতৰত, যিটো কেন্দ্ৰতে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল সেই একেটা কেন্দ্ৰতে কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব। কেৱল লাহোৱাল মহাবিদ্যালয়ত যিসকলে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল, তেওঁলোকে মহাবিদ্যালয়ৰ পৰিৱৰ্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই টীকা গ্ৰহণ কৰিব পাৰিব । টীকাকৰণ কেন্দ্ৰসমূহত সকলোকে জিলা প্ৰশাসনে ক’ভিডৰ বিধিসমূহ পালন কৰিবলৈ আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।
Subscribe to:
Comments (Atom)
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...