Thursday, 24 June 2021

অহা কালিলৈ ২৫ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক ক'ভেক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷

24 Jun, 2021

অহা কালিলৈ ২৫ জুন তাৰিখে CKB কলেজ, JB কলেজ , DCB কলেজ, Jorhat কলেজ আৰু Bahona কলেজত ১৮ বছৰৰ উৰ্ধৰ ব্যক্তিসকলক ক'ভিড প্ৰতিষেধক  ক'ভেক্সিনৰ  দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হ'ব৷ 

যোৱা ১২ মে, ২০২১ তাৰিখে যি  সকল লোকে ক'ভেক্সিনৰ প্ৰথম পালি  প্ৰতিষেধক গ্ৰহণ কৰিছিল, সেইসকলে একেটা কেন্দ্ৰতে  গৈ  নাম ৰেজিষ্ট্ৰাৰ কৰি দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।

নিজৰ পৰিচয় পত্ৰৰ লগতে  ম'বাইলত অহা এছ এম এছ বা প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷

24 Jun, 2021Golaghat Covid Detail

24 Jun, 2021

Golaghat Covid Detail

24 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 25/06/2021

24 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 25/06/2021

অহা ইংৰাজী ২৭/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৪/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে।

24 Jun, 2021

অহা ইংৰাজী ২৭/০৬/২০২১ তাৰিখে,  ১৮ বছৰৰপৰা  ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৪/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। যিসকল ব্যক্তিয়ে ওপৰত উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহৰ ভিতৰত, যিটো কেন্দ্ৰতে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল  সেই একেটা কেন্দ্ৰতে কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব। টীকাকৰণ কেন্দ্ৰসমূহত সকলোকে জিলা প্ৰশাসনে ক’ভিডৰ বিধিসমূহ পালন কৰিবলৈ আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

অহা ইংৰাজী ২৬/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৩/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে।

24 Jun, 2021

অহা ইংৰাজী ২৬/০৬/২০২১ তাৰিখে,  ১৮ বছৰৰপৰা  ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১৩/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। যিসকল ব্যক্তিয়ে ওপৰত উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহৰ ভিতৰত, যিটো কেন্দ্ৰতে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল  সেই একেটা কেন্দ্ৰতে কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব। কেৱল লাহোৱাল মহাবিদ্যালয়ত যিসকলে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল, তেওঁলোকে মহাবিদ্যালয়ৰ পৰিৱৰ্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই টীকা গ্ৰহণ কৰিব পাৰিব ।  টীকাকৰণ কেন্দ্ৰসমূহত সকলোকে জিলা প্ৰশাসনে ক’ভিডৰ বিধিসমূহ পালন কৰিবলৈ আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

অহা ইংৰাজী ২৫/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা ব্যাপক ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

24 Jun, 2021

অহা ইংৰাজী ২৫/০৬/২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা ব্যাপক ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হ'ব। লগতে উক্ত বয়সৰ লোকসকল, যিসকলৰ প্ৰথম পালি ক'ভিড ১৯ টীকা গ্ৰহণৰ ৮৪ দিন উকলি গৈছে তেওঁলোকে এই কেন্দ্ৰসমূহতে দ্বিতীয় পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । লগতে কৰ্কট ৰোগ, মধুমেহ ৰোগ, বৃক্কৰ ৰোগ, যকৃত ৰোগৰ আদিৰ দৰে জটিল ৰোগত আক্ৰান্ত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

অহা ইংৰাজী ২৫/০৬/২০২১ তাৰিখে, ১৮ বছৰৰপৰা ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১১/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে।

24 Jun, 2021

অহা ইংৰাজী ২৫/০৬/২০২১ তাৰিখে,  ১৮ বছৰৰপৰা  ৪৪ বছৰ বয়সসীমাৰ অন্তৰ্গত যিসকল ব্যক্তিয়ে যোৱা ইংৰাজী ১১/০৫/২০২১ তাৰিখে কভাস্কিন টীকাৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। যিসকল ব্যক্তিয়ে ওপৰত উল্লেখিত টীকাকৰণ কেন্দ্ৰসমূহৰ ভিতৰত, যিটো কেন্দ্ৰতে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল  সেই একেটা কেন্দ্ৰতে কভাস্কিন (Covaxin) প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰিব পাৰিব। কেৱল লাহোৱাল মহাবিদ্যালয়ত যিসকলে প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল, তেওঁলোকে মহাবিদ্যালয়ৰ পৰিৱৰ্তে লাহোৱাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই টীকা গ্ৰহণ কৰিব পাৰিব ।  টীকাকৰণ কেন্দ্ৰসমূহত সকলোকে জিলা প্ৰশাসনে ক’ভিডৰ বিধিসমূহ পালন কৰিবলৈ আৰু শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।