Wednesday, 23 June 2021

23 Jun, 2021

23 Jun, 2021Daily Covid Bulletin Golaghat District

23 Jun, 2021

Daily Covid Bulletin Golaghat District

23 Jun, 2021মনোযোগ! সকলো চৰকাৰী বিভাগে চলিত মাহৰ পৰা মাহিলী দৰমহা মুকলি কৰাৰ আগতে চৰকাৰৰ হৈ কাম কৰা প্ৰতিজন ফ্ৰণ্টলাইন কৰ্মীৰ টিকাকৰণৰ স্থিতি নিৰ্ণয় কৰিবলৈ আগবাঢ়িছে।

23 Jun, 2021

মনোযোগ! 

সকলো চৰকাৰী বিভাগে চলিত মাহৰ পৰা মাহিলী দৰমহা মুকলি কৰাৰ আগতে চৰকাৰৰ হৈ কাম কৰা প্ৰতিজন ফ্ৰণ্টলাইন কৰ্মীৰ টিকাকৰণৰ স্থিতি নিৰ্ণয় কৰিবলৈ আগবাঢ়িছে।

23 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 24/06/2021

23 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 24/06/2021

23 Jun, 2021Golaghat Covid details

23 Jun, 2021

Golaghat Covid details

গোলাঘাট জিলাত একেদিনাই ক'ভিডৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান*

23 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১০৭/২০২১

 *গোলাঘাট জিলাত একেদিনাই ক'ভিডৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান* 

গোলাঘাট, ২৩ জুন : গোলাঘাট জিলাত আজি ক'ভিড-19ৰ ১৩,৩৯০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ১২,৯৩৭ টা প্ৰথম পালি আৰু ৪৫৩ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।  ইয়াকে লৈ জিলাখনত এতিয়ালৈকে মুঠ ১,৮২,০২২পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ১,৪৮,৭৯২টা প্ৰথম পালি আৰু ৩৩,২৩০ টা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । আজি চাহ বাগিচাকে ধৰি জিলাখনৰ বিভিন্ন ঠাইৰ ৬০টা কেন্দ্ৰত ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয় । উল্লেখযোগ্য যে যোৱা ২১ জুনৰ পৰা দৈনিক কমেও ১২ হাজাৰ লোকক ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও জিলাখনে প্ৰথম দিনাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । ইফালে জিলাখনৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ অধিক সংক্ৰমণ ধৰা পৰা অঞ্চলসমূহত পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । লগতে এনে অঞ্চলসমূহত পৰীক্ষাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । বৈঠকত অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা, পল্লৱী গগৈ আৰু স্বাস্থ্য সেৱা, গোলাঘাটৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA

23 Jun, 2021পি এম কিষাণ আঁচনিখনৰ সন্দৰ্ভত অসম চৰকাৰৰ কৃষি বিভাগৰ ৰাইজলৈ গোহাৰি।

23 Jun, 2021

পি এম কিষাণ আঁচনিখনৰ সন্দৰ্ভত অসম চৰকাৰৰ কৃষি বিভাগৰ ৰাইজলৈ গোহাৰি।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।