Wednesday, 16 June 2021

16 Jun, 2021জনসাধাৰণৰ সজাগতাৰ কাৰণে জিলা ব্যৱসায়ী সংস্থাই ঘোষণা কৰা সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মূল্যৰ তালিকা প্ৰকাশ কৰা হৈছে ।

16 Jun, 2021

জনসাধাৰণৰ সজাগতাৰ কাৰণে জিলা ব্যৱসায়ী সংস্থাই ঘোষণা কৰা সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মূল্যৰ তালিকা প্ৰকাশ কৰা হৈছে ।

16 Jun, 2021COVID-19🦠 update in Dima Hasao District date 16-06-2021

16 Jun, 2021

COVID-19🦠  update in 
Dima Hasao District date 16-06-2021

16 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 17/06/2021

16 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 17/06/2021

16 Jun, 2021

16 Jun, 2021Golaghat Covid- 19🦠 Update

16 Jun, 2021

Golaghat Covid- 19🦠 Update

16 Jun, 2021Golaghat Daily Bulletin COVID-19🦠😷🦠

16 Jun, 2021

Golaghat Daily Bulletin COVID-19🦠😷🦠

 

দেৰগাঁও নগৰ দৈনিক বজাৰ ১৮ জুনৰ পৰা এসপ্তাহলৈ বন্ধ ঘোষণা প্ৰশাসনৰনুমলীগড় আৰু বোকাখাত দৈনিক বজাৰো আজিৰেপৰা এসপ্তাহৰ বাবে বন্ধ

16 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৯/২০২১

দেৰগাঁও নগৰ দৈনিক বজাৰ ১৮ জুনৰ পৰা এসপ্তাহলৈ বন্ধ ঘোষণা প্ৰশাসনৰ

নুমলীগড় আৰু বোকাখাত দৈনিক বজাৰো আজিৰেপৰা এসপ্তাহৰ বাবে বন্ধ 

গোলাঘাট, ১৬ জুন : গোলাঘাট জিলাৰ দেৰগাঁৱত ক'ভিড 19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদ্বীপ হাজৰিকাই চি আৰ পি চিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি দেৰগাঁও নগৰ দৈনিক বজাৰ (দেৰগাঁও চাৰিআলিৰ পৰা নাৰীকলগুৰিলৈকে) এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে । অহা ১৮ জুনৰ পৰা ২৪ জুনলৈ এই নিৰ্দেশ কাৰ্যকৰী হৈ থাকিব । নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আনহাতে ক'ভিড 19 ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বোকাখাত মহকুমাৰ নুমলীগড় চাৰিআলিত থকা দৈনিক বজাৰ আৰু বোকাখাত দৈনিক বজাৰ প্ৰশাসনে এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে । আজিৰে পৰা এই নিৰ্দেশ কাৰ্যকৰী হৈছে । প্ৰশাসনে বাৰে বাৰে ক'ভিডৰ নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱাৰ পাছতো একাংশ লোকে ক'ভিডৰ বিধি মানি নচলাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।