Sunday, 13 June 2021

13 Jun, 2021Covaxin 2nd dose session plan for 18+ Years.

13 Jun, 2021
Covaxin 2nd dose session plan for 18+ Years.

13 Jun, 2021জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

13 Jun, 2021

জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই  ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

13 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 14/06/2021

13 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 14/06/2021

13 Jun, 2021Total Inmates as on 13/06/2021 Golaghat District.

13 Jun, 2021

Total Inmates as on 13/06/2021 Golaghat District. 

13 Jun, 2021Golaghat Covid-19 Update

13 Jun, 2021

Golaghat Covid-19 Update

13 Jun, 2021Office Order Notifications

13 Jun, 2021

Office Order Notifications

13 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 12/06/2021.

13 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 12/06/2021.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।