Sunday, 13 June 2021

13 Jun, 2021অহা ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

13 Jun, 2021

অহা ১৪/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত   জিলাখনৰ  চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে কোভিড ১৯ ৰ  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

13 Jun, 2021Vaccines for 45 plus citizens ( second dose covaxin and first dose covishield )are available in the CCP CVC. Online registration for first dose for 18-44 years will be opened after 4 pm today i.e 13-06-2021Other than the mentioned session sites offline session will also be given at Jatinga , Hatikali, Manderdisa HWC, Umrangso Kopili TE, NEEPCO, Harangajao for the local citizens

13 Jun, 2021

Vaccines for 45 plus citizens ( second dose covaxin and first dose covishield )are available  in the CCP CVC. 

Online registration for first dose for 18-44 years will be opened after 4 pm today i.e 13-06-2021

Other than the mentioned session sites offline session will also be given at Jatinga , Hatikali, Manderdisa HWC, Umrangso Kopili TE, NEEPCO, Harangajao for the local citizens

13 Jun, 2021Covaxin 2nd dose session plan for 18+ Years.

13 Jun, 2021
Covaxin 2nd dose session plan for 18+ Years.

13 Jun, 2021জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

13 Jun, 2021

জিলা টিকাকৰণ বিষয়া জ্যোতি দেউৰীয়ে জনোৱা মতে যোৱা ৭ মে'ত ক'ভাক্সিনৰ প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক আজি দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে আজি যিসকলে প্ৰতিষেধক লোৱা নাই তেওঁলোকক কাইলৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব । গোলাঘাট জিলাই ক'ভাক্সিন প্ৰতিষেধকৰ ভায়েল পুনৰ লাভ কৰাৰ পাছতেই  ৮ মে' আৰু তাৰ পাছত ক'ভাক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাসকলক পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে অনলাইন বুকিং কৰিব নালাগে । যিটো কেন্দ্ৰত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল সেই কেন্দ্ৰতে ক'ভাক্সিনৰ দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিব । ক'ভিছিল্ড প্ৰতিষেধকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় ।

13 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 14/06/2021

13 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 14/06/2021

13 Jun, 2021Total Inmates as on 13/06/2021 Golaghat District.

13 Jun, 2021

Total Inmates as on 13/06/2021 Golaghat District. 

13 Jun, 2021Golaghat Covid-19 Update

13 Jun, 2021

Golaghat Covid-19 Update

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।