Friday, 11 June 2021

11 Jun, 2021 Dibrugarh জিলাখনৰ ১৮ পৰা ৪৪ বছৰ বয়সৰ যি সকল ব্যক্তি বা নাগৰিকে কোভিড ১৯ ৰ টীকা (covaxin)ৰ প্ৰথম পালি যোৱা ৭ মে ২০২১ তাৰিখে গ্রহণ কৰিছিল তেখেত সকলে অহা ১৩ জুন ২০২১ তাৰিখে প্ৰথম পালি টীকা লোৱা নিজ নিজ টীকা প্ৰদান কেন্দ্ৰত গৈ (covaxin)ৰ দ্বিতীয় পালি টীকা গ্রহণ কৰিব পাৰিব।

11 Jun, 2021

Dibrugarh জিলাখনৰ ১৮ পৰা ৪৪ বছৰ বয়সৰ যি সকল ব্যক্তি বা নাগৰিকে কোভিড ১৯ ৰ টীকা (covaxin)ৰ প্ৰথম পালি যোৱা ৭ মে ২০২১ তাৰিখে গ্রহণ কৰিছিল তেখেত সকলে অহা ১৩ জুন ২০২১ তাৰিখে প্ৰথম পালি  টীকা লোৱা নিজ নিজ টীকা প্ৰদান কেন্দ্ৰত গৈ (covaxin)ৰ দ্বিতীয় পালি টীকা গ্রহণ কৰিব পাৰিব।

11 Jun, 2021অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

11 Jun, 2021

অহা ১২/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত   জিলাখনৰ  চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ  পৰা ৪৪ বছৰ বয়সৰ  লোক সকলৰ বাবে কোভিড ১৯ ৰ  টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

11 Jun, 2021TODAY'S COVID-19🦠😷 UPDATE (BISWANATH DISTRICT)Directorate of Information and Public Relations, Assam

11 Jun, 2021

TODAY'S COVID-19🦠😷 UPDATE
 (BISWANATH DISTRICT)

Directorate of Information and Public Relations, Assam

11 Jun, 2021Order notifications

11 Jun, 2021
Order notifications

11 Jun, 2021Order notifications

11 Jun, 2021
Order notifications

গোলাঘাটৰ জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে উপায়ুক্তৰ মত বিনিময়

11 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৯৫/২০২১

গোলাঘাটৰ জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে উপায়ুক্তৰ মত বিনিময়

গোলাঘাট, ১১ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি, লেখক, সাংবাদিক আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে সৌহাদ্যমূলকভাৱে মত বিনিময় কৰে । এই বৈঠকত তেওঁক জিলাখনৰ বিভিন্ন সমস্যা বিশেষকৈ ড্ৰাগছ, গোলাঘাট নগৰত আৱৰ্জনা ব্যৱস্থাপনা আৰু ধনশিৰি মহকুমাৰ বিভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰোৱা হয় । অনুষ্ঠানত গোলাঘাটৰ জ্যেষ্ঠ নাগৰিক, সাংবাদিক দ্বীপেন দত্তই কয় যে গোলাঘাট নগৰত পানী যোগান ব্যৱস্থা উন্নত কৰাৰ লগতে আৱৰ্জনা নিষ্কাশনৰ সু-ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজন । তেওঁ বিনামূলীয়া ডায়েলাইছিছ কেন্দ্ৰ স্থাপন, প্ৰশাসন ব্যৱস্থা অধিক স্বচ্ছ কৰা আদি বিভিন্ন দিশ উনুকিয়াই দিয়ে । অনুষ্ঠানত গোলাঘাট মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱাই মহিলাৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰা আৰু ড্ৰাগছৰ অবাধ বেহা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ পৰামৰ্শ আগবঢ়ায় । আনহাতে ইউ বি পি অ'ক প্ৰতিনিধিত্ব কৰা মহেশ্বৰ বসুমতাৰীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ পথ যোগাযোগ ব্যৱস্থা, খৰাং সমস্যা, চিকিৎসা, খোৱাপানী, স্বাস্থ্য সেৱা,পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা আদি সুনিশ্চিত কৰিবলৈ আহ্বান জনায় ।গোলাঘাট বাৰ এছ'চিয়েছনৰ দুৰ্গা প্ৰসাদ জয়ছোৱালে আৱৰ্জনা ব্যৱস্থাপনা সুদৃঢ় কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত লোকে যাতে সহজে জামিন নাপায়, সেইয়া সুনিশ্চিত কৰিবলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনায় । জ্যেষ্ঠ নাগৰিক তথা সাংস্কৃতিক কৰ্মী দীনেশ গগৈয়ে বগৰীজেঙত কলেজ অৱ ফিজিকেল এডুকেচন স্থাপন কৰাৰ লগতে 
নগৰখনত দুমহলীয়া পাৰ্কিং ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায় ।  গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে  গোলাঘাটত এটা নতুন ষ্টেডিয়াম স্থাপনৰ পোষকতা কৰে ।অনুষ্ঠানত অংশ লৈ গোলাঘাট প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি দিগন্ত ভূঞাই স্বচ্ছ প্ৰশাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ  দিশত গুৰুত্ব আৰোপ কৰে । আনহাতে সৰুপথাৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ সুমন চৌধুৰীয়ে সৰুপথাৰ অঞ্চলটো বহু ক্ষেত্ৰত এতিয়াও পিছ পৰি আছে বুলি মন্তব্য কৰে । আজিৰ অনুষ্ঠানতে মাৰোৱাৰী যুৱ মঞ্চই গোলাঘাটত থকা তিনিওটা বিবাহ ভৱন যিকোনো প্ৰয়োজনত প্ৰশাসনক ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব বুলি ঘোষণা কৰে । উপায়ুক্তগৰাকীয়ে সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি বিষয়সমূহ পৰৱৰ্তী সময়ত চিন্তা-চৰ্চা কৰা হ'ব বুলি মত প্ৰকাশ কৰে ।আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, সচেতন নাগৰিক ৰূপা শইকীয়া, তিলেশ্বৰ তামুলী, জিনা বৰুৱা, সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক দ্বীপেন বৰা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত আছিল । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

11 Jun, 2021Order from Haflong Municipal Board dated 11th June, 2021 regarding opening of shopsAs communicated, the order will be applicable in all parts (Urban and Rural) of Dima Hasao

11 Jun, 2021

Order from Haflong Municipal Board dated 11th June, 2021 regarding opening of shops

As communicated, the order will be applicable in all parts (Urban and Rural) of Dima Hasao

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...