10 Jun, 2021
Thursday, 10 June 2021
10 Jun, 2021অহা ১১/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
10 Jun, 2021
অহা ১১/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ চাহ বাগিচা এলেকাৰ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলৰ বাবে কোভিড ১৯ ৰ টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।উল্লেখযোগ্য যে এই টীকা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰ সমূহত উক্ত বয়সৰ লোক সকলৰ spot registration কৰা হব।জিলা প্ৰশাসনে এইক্ষেত্ৰ ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
10 Jun, 2021অহা ১১/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
10 Jun, 2021
অহা ১১/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
10 Jun, 2021Sites for Covaxin 45+ on 11/6/2021Directorate of Information and Public Relations, Assam
10 Jun, 2021
Sites for Covaxin 45+ on 11/6/2021
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...