Thursday, 10 June 2021

10 Jun, 2021অহা ১১/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত জিলাখনৰ ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ টীকা গ্ৰহণ কৰিব পাৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

10 Jun, 2021

অহা ১১/০৬/২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত  জিলাখনৰ  ৪৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি  সকলৰ লগতে উক্ত বয়সৰ ব্যক্তি যাৰ কোভিডৰ টীকা (covishield)ৰ প্ৰথম পালি লোৱা ৮৪ দিন হৈছে তেওঁলোকে উল্লেখিত কেন্দ্ৰত গৈ কোভিড ১৯ ৰ  টীকা গ্ৰহণ কৰিব পাৰিব ।  জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু কোভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

10 Jun, 2021TODAY'S COVID-19🦠😷 UPDATE (BISWANATH DISTRICT)

10 Jun, 2021

TODAY'S COVID-19🦠😷 UPDATE
 (BISWANATH DISTRICT)

10 Jun, 2021Nazira Today's covid reportNazira Fights COVID-19🦠😷

10 Jun, 2021

Nazira Today's covid report

Nazira Fights COVID-19🦠😷

10 Jun, 2021Sites for Covaxin 45+ on 11/6/2021Directorate of Information and Public Relations, Assam

10 Jun, 2021

Sites for Covaxin 45+ on 11/6/2021

Directorate of Information and Public Relations, Assam

10 Jun, 2021The list of CVC for senior citizens (above 60 years of age) for 2nd dose Covaxin on 11.6.2021.

10 Jun, 2021

The list of CVC for senior citizens (above 60 years of age) for 2nd dose Covaxin on 11.6.2021.

নগাঁও জিলাৰ COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণ সম্পৰ্কীয় গোহাঁৰি।

10 Jun, 2021

 নগাঁও জিলাৰ COVAXIN ৰ দ্বিতীয় পালি টিকাকৰণ সম্পৰ্কীয় গোহাঁৰি। 

 ইং ১৭/০৪/২০২১ তাৰিখৰ পৰা ইং ২৩/০৪/২০২১ তাৰিখ লৈকে নগাওঁ জিলাৰ যিসকল নাগৰিকে Covaxin ৰ প্ৰথম পালি টিকা গ্ৰহণ কৰিছিল সেইসকল ব্যক্তিক  অহা ইং ১১/০৬/২০২১ তাৰিখে হয়বৰ গাওঁ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডছন উচ্চ মাধ্যমিক বিদ্যালয়ত  দ্বিতীয় পালি টিকা পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ প্ৰদান কৰা হব। 

 ইং ২৩/০৪/২০২১ তাৰিখৰ পিছত টিকা গ্ৰহন কৰা ব্যক্তিৰ বাবে পৰৱৰ্তী টিকাকৰণ সূচী বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত  কৰা হব।

Directorate of Information and Public Relations, Assam

National Health Mission Nagaon

10 Jun, 2021Covid Bulletin 10th June, 2021Majuli Fights COVID-19🦠😷

10 Jun, 2021

Covid Bulletin 10th June, 2021

Majuli Fights COVID-19🦠😷

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।