Friday, 4 June 2021

04 Jun, 2021Majuli RAT Test Report 4th June, 2021Majuli Fights Covid

04 Jun, 2021

Majuli RAT Test Report 4th June, 2021

Majuli Fights Covid

04 Jun, 2021Majuli Vaccination Centres from 5th to 9th June , 2021.Majuli Fights Covid

04 Jun, 2021

Majuli Vaccination Centres from 5th to 9th June , 2021.

Majuli Fights Covid

04 Jun, 2021Order Notifications

04 Jun, 2021

Order Notifications

04 Jun, 2021Notifications

04 Jun, 2021

Notifications

04 Jun, 2021Govt. order regarding upper ceiling on rates which can be charged by the Private Hospitals in Assam for treatment of Covid-19

04 Jun, 2021

Govt. order regarding upper ceiling on rates which can be charged by the Private Hospitals in Assam for treatment of Covid-19

মুৰফুলনিত বনবিভাগৰ গছপুলি ৰূপন কায্যসূচী শুভাৰম্ভ ৷

 04 Jun, 2021


মুৰফুলনিত বনবিভাগৰ গছপুলি ৰূপন কায্যসূচী শুভাৰম্ভ ৷



জিলাৰ বাতৰি দিওতা গোলাঘাট ৪জুন



৫ জুন শনিবাৰৰ দিনটো বিশ্ব পৰিবেশ দিৱস ৷ এই দিৱসৰ লগত সংগতিৰাখি আজিৰেপৰা পৰা গোলাঘাটৰ মুৰফুলনি এলেকাত বনবিভাগে বিজুলী আৰু নামবৰ বনাঞ্চলৰ মাজৰ কলবাৰি চুকত এক

 বৃহৎ এলেকাৰ ভূমীত গছপুলী ৰূপনৰ কায্যসূচী শুভাৰম্ভ কৰে ৷ গোলাঘাটৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বৰগোহাঁইৰ তদাৰকত আৰম্ভণিকৰা এই কায্যসূচীত জামুগুৰিৰ ৰেঞ্জাৰ ; গোলাঘাট; দেৰগাও আৰু মুফুলনি খণ্ডৰ বিষয়া কৰ্মচাৰী অন্যান্য বনকৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ চাৰে চাৰি হেক্টৰএই বৃহৎ বীক্ষৰোপন কায্যসূচীৰ লগত সংগতিৰাখি ছাত্ৰছাত্ৰী সকলৰ মাজত পৰিবেশ বিষয়ক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ৰেঞ্জাৰ পুস্পধৰ বৰগোহাঁই ; সাংবাদিক প্ৰকাশ

 শৰ্মা ; জয়প্ৰসাদ গুপ্তা ; চামীম আলি ; কল্পনা ফুকন ; বিশ্বজিত নাথে অংশগ্ৰহণ কৰা এই সমগ্ৰ কায্যসূচীত প্ৰতিযোগিতাত বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা

 হয় ৷ উল্লেখ্যযে এই এলেকাটো দুখন বনাঞ্চলৰ মাজত হোৱাৰ বাবে বনবিভাগৰ মাতি ব্যাপক

 হাৰত বেদখল হয় বিভিন্ন পক্ষই ভূমী দখলেৰে ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিলে ৷ বিগত বৰ্ষত বন বিভাগে ৰাইজৰ সহযোগত কিছূপৰিমানৰ মাটি বেদখল মুক্ত কৰি গছপুলি ৰূপনৰ কাম আৰম্ভণি কৰিলে ৷  


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India