Tuesday, 1 June 2021

লখিমপুৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

01 Jun, 2021

*Keshab mahanta at Lakhimpur Medical college* Date :- 1/6/21

## লখিমপুৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।


## আজি লখিমপুৰত virology lab উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

## লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই পৰীক্ষাগাৰ উদ্বোধন মন্ত্ৰী গৰাকীৰ।

## দৈনিক 500 নমুনা পৰীক্ষণ সম্ভৱ হ'ব এই পৰীক্ষাগাৰত।

## উত্তৰ অসমৰ কোভিড ৰোগীৰ বাসীৰ এই পৰীক্ষাগাৰ হ'ব বিশেষ সকাহৰ কাৰণ।

## ১০ দিনৰ ভিতৰতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সম্পূৰ্ণ কৰা হ'ব 20খন ICU bed ৰ কাম।

## মন্ত্ৰীগৰাকীয়ে অসম বাসীক নিচিন্ত থকাৰ আহ্বান জনাই কয় যে COVID পৰিস্থিতি তৎপৰতাৰে মোকাবিলা কৰি যাব স্বাস্থ্য বিভাগে।

## ভেকচিনৰ বাবে ৰাজ্য চৰকাৰৰ ধনৰ অভাৱ নাই’।

## ভাৰত চৰকাৰে যোগান ধৰিলেই ৰাইজে পাব পৰ্য্যাপ্ত ভেকচিন’।

## 'স্বাস্থ্য খণ্ডত জড়িত কৰ্মচাৰীয়ে গাফিলতি কৰিলেই লোৱা হ'ব তাৎক্ষনিক ব্যৱস্থা’।

## পৰীক্ষাগাৰ উদ্ধোধনৰ পিছতে মন্ত্ৰীয়ে পৰিদর্শন কৰে লখিমপুৰ অসামৰিক চিকিৎসালয়।

## পৰৱৰ্তী সময়ত জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সভাগৃহত জিলা  প্ৰশাসন আৰু স্বাস্থ্য খণ্ডৰ বিষয়াৰ সৈতে এখন বৈঠকত  মিলিত হয় কাম কাজৰ বুজ লোৱাৰ লগতে সুকলমে যুদ্ধং দেহী ভাৱে কাম চলাই যাবলৈ নিৰ্দেশ দিয়ে।
Byte :-

লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

01 Jun, 2021Golaghat Covid19 🦠 update

01 Jun, 2021

Golaghat Covid19 🦠 update

01 Jun, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 02Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

01 Jun, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 02Jun 2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

01 Jun, 2021Covid Vaccination Plan for 2nd and 3rd June, 2021Age : 45 years +Majuli Fights CovidNational Health Mission, MajuliJanasanyog Majuli

01 Jun, 2021

Covid Vaccination Plan for 2nd and 3rd June, 2021

Age : 45 years +

Majuli Fights Covid

National Health Mission, Majuli

Janasanyog Majuli

01 Jun, 2021Auction notice.

01 Jun, 2021

Auction notice.

01 Jun, 2021Urgent Requirement Vacancies for 896 Nos of Staff Nurses under NHM Assam. Last date 10th June, 2021. Link for application: http://117.252.250.165/web/career.php

01 Jun, 2021

Urgent Requirement 

Vacancies for 896 Nos of Staff Nurses under NHM Assam. 
Last date 10th June, 2021. 
Link for application: http://117.252.250.165/web/career.php

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...