Sunday, 30 May 2021
30 May, 2021ক'ভিড ১৯ প্ৰতিষেধকপ্ৰশাসনে উক্ত স্হানসমূহত টিকাকৰণৰ ব্যৱস্হা কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷ District Administration, Jorhat
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
Saturday, 29 May 2021
29 May, 20212021 চনৰ 30 মে তাৰিখে অসমৰ শোনিতপুৰত কোভিড টিকাকৰণ কেন্দ্ৰ। কাইলৈ 18+ টিকাকৰণ স্থান নাই।প্ৰেচণ্ট কোভাক্সিন ভেকছিনত মজুত নাই। উপলব্ধ হোৱাৰ লগে লগে টিকাকৰণ (কভাক্সিন) পুনৰ আৰম্ভ কৰা হ'ব।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম উপায়ুক্ত, শোনিতপুৰ জনসংযোগ, শোণিতপুৰ
Golaghat Drugs Paddler Arrested
29 May, 2021
Slug: Golaghat Drugs Paddler Arrested
Oc:Vo:নিশা গোলাঘাটত ড্ৰাগ্সৰ বিৰুদ্ধে কঠোৰ অভিযান গোলাঘাট আৰক্ষীৰ l অভিযানত ২. ৫ গ্ৰাম ড্ৰাগ্স সহ এখন স্কুতী কৰায়ত্ত কৰিবলৈ সক্ষম গোলাঘাট আৰক্ষীৰ।শুক্ৰবাৰে নিশা গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোলাঘাট নগৰ স্থিত কুমাৰপট্টীৰ পৰা অভিষেক দাস নামৰ এটা ড্ৰাগছ ব্যৱসায়িকো ড্ৰাগ্স সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে l উল্লেখযোগ্য যে দিনক দিনে ড্ৰাগছে চানি ধৰিছে গোলাঘাট জিলাত l ড্ৰাগছৰ কবলত পৰি নিজৰ জীবন নিজেই ধংস কৰিছে নব প্ৰজন্মই l পিচ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীয়ো। ইটোৰ পিছত সিতো ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও একাংশ লোকে আৰক্ষীৰ চকুট ধুলি দি চলাই নিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় l
Byte: আৰক্ষী
Byte অভিষেক দাস
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...