28 May, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
27 May, 2021
মানুহৰ বাবে কিবাএটা কৰাৰ দূৰ্বাৰ হেপাহ আছিল লৰাকেইটাইৰ ৷ আৰু এতিয়া কৰুণা ভাইৰাছৰ নৰসংহাৰৰ সময়ত মানৱতাৰ এক নিদৰ্শন দেখুবাইছে গোলাঘাটৰ নতুন আমোলাপট্টিৰ যুৱক মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷
দ্ৰব্য যোগান ধৰে ৷ মানস প্ৰতীমে নিজৰ খৰচত এই সমূহ ক্ৰয় কৰি বন্ধু ধ্ৰুৱজ্যোতিক লগতলৈ কমাৰবন্ধালৈ গৈ দৰিদ্ৰ সকলৰ ভোক নিবাৰণৰ বাবে খাদ্যৰ যোগান ধৰে ৷ উল্লেখ্যযে যুৱকদ্বয়ে ইতিপূৰ্বে বৃদ্ধাশ্ৰম ; তৰফাত আহোমগাও ; নতুন আমোলাপট্টি আদিতো এনেদৰে দৰিদ্ৰ সকলক খাদ্যৰ যোগান ধৰি আহিছে ::
কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।