Friday, 28 May 2021
28 May, 2021কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি।
28 May, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
Thursday, 27 May 2021
27 May, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 28May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
27 May, 2021
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক 28May2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
মানৱতাৰ এক নিদৰ্শন দেখুবাইছে গোলাঘাটৰ নতুন আমোলাপট্টিৰ যুৱক মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷
27 May, 2021
মানুহৰ বাবে কিবাএটা কৰাৰ দূৰ্বাৰ হেপাহ আছিল লৰাকেইটাইৰ ৷ আৰু এতিয়া কৰুণা ভাইৰাছৰ নৰসংহাৰৰ সময়ত মানৱতাৰ এক নিদৰ্শন দেখুবাইছে গোলাঘাটৰ নতুন আমোলাপট্টিৰ যুৱক মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷
দুইবন্ধুৱে বৃহস্পতিবাৰেও তেওলোকৰ মানৱসেৱাৰ অভিযান অব্যাহত ৰাখিছে ৷ ক’ভীড-১৯ ৰ বাবে ধন উপাৰ্জনৰ পথ ৰূদ্ধ হৈ দিক বিদিক হেৰুৱা কমাৰবন্ধা অঞ্চলৰ প্ৰায় ৫০ ঘৰ দৰিদ্ৰ লোকক বৃহস্পতিবাৰে খাদ্য
দ্ৰব্য যোগান ধৰে ৷ মানস প্ৰতীমে নিজৰ খৰচত এই সমূহ ক্ৰয় কৰি বন্ধু ধ্ৰুৱজ্যোতিক লগতলৈ কমাৰবন্ধালৈ গৈ দৰিদ্ৰ সকলৰ ভোক নিবাৰণৰ বাবে খাদ্যৰ যোগান ধৰে ৷ উল্লেখ্যযে যুৱকদ্বয়ে ইতিপূৰ্বে বৃদ্ধাশ্ৰম ; তৰফাত আহোমগাও ; নতুন আমোলাপট্টি আদিতো এনেদৰে দৰিদ্ৰ সকলক খাদ্যৰ যোগান ধৰি আহিছে ::
কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Subscribe to:
Comments (Atom)
সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব
সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...