Thursday, 27 May 2021

আৰক্ষীৰ তহলৰ সমানেই গোলাঘাট চহৰতো নিশা চলিছে চোৰৰ তহল ৷

 27 May, 2021


ক’ভীড-১৯ ৰ ভাইৰাছ প্ৰতিৰোধৰ অংশহিচাবে ৰাজ্যজুৰি অব্যাহত আছে নৈশ কাৰ্ফিউ ৷ সেয়েহে নিশা জনসূণ্য হৈপৰে গোলাঘাট চহৰ ৷ আৰক্ষীৰ তহলৰ সমানেই গোলাঘাট চহৰতো নিশা চলিছে চোৰৰ তহল ৷


বুধবাৰে নিশা গোলাঘাটৰ তপন নগৰৰ ববিতা গুপ্তাৰ দোকানত চোৰে চলালে চাফাই অভিযান ৷ পিছে দোকানত থকা গেলামাল অথবা অন্যান্য সামগ্ৰীত চোৰে হাত নিদিলে মাত্ৰ সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰি চোৰৰ নজৰ পৰিল কেছ বস্কত ৷ পৃথকে পৃথকে ৰখা প্ৰায় একলাখ বিশহেজাৰ টকা লৈ চোৰ আতৰিল ৷ পুৱা খবৰপাই দোকানৰ মালিক আহিল ৷ সৃষ্টিহ’ল ভীৰৰ ৷ আৰক্ষীও আহি চলালে প্ৰাথমিক তদন্ত ৷ চেককৰাহল সন্মুখৰ CC টিভি কেমেৰা ৷ দেখাগল তিনিজন ব্যক্তি কিন্ত কেমেৰাটো দূৰৈত থকাৰ বাবে অস্পষ্ট হল চোৰৰ প্ৰতিচ্ছবি ৷ ::


 প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

27 May, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি।

27 May, 2021🦠 COVID-19 update in Dima Hasao Dist date 26-05-2021

27 May, 2021

🦠 COVID-19 update in 
Dima Hasao Dist date 26-05-2021

27 May, 2021Order issued from DDMA date 26-05-2021

27 May, 2021

Order issued from DDMA date 26-05-2021

27 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 26/05/2021.

27 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 26/05/2021.

Wednesday, 26 May 2021

আজি সতী ৰাধিকা স্মৃতি দিৱস।

 26 May, 2021


*লখিমপুৰত সতী ৰাধিকা স্মৃতি দিৱস পালন* Date :- 26/5/21


## আজি সতী ৰাধিকা স্মৃতি দিৱস।



## সমগ্ৰ অসমৰ লগতে লখিমপুৰৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় সতী ৰাধিকা স্মৃতি দিৱস।


## লখিমপুৰৰ কপহুৱা গাৱৰ বৰ নামঘৰৰ সন্মূখত  অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতি আৰু কপহুৱা যুৱ মঞ্চ সমিতি সহযোগত শান্তি সতী ৰাধিকা আইক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।


## দিনৰ ভাগত বিভিন্ন প্ৰান্তত সাহিত্যি প্ৰতিযোগিতা উপৰিও সন্ধিয়ালৈ কপহুৱা বৰ নামঘৰৰ সন্মূখত সকলোৱে কভিড পতোকল মানি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় সতী ৰাধিকা আইক।

Byte :-


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ক’ভীড-১৯ৰ তাণ্ডৱৰ সময়ত গোলাঘাটৰ দিনদৰিদ্ৰ সকলৰ পানীত হাহঁ নচৰা অৱস্থা হৈছে ৷

 26 May, 2021


ক’ভীড-১৯ৰ তাণ্ডৱৰ সময়ত গোলাঘাটৰ দিনদৰিদ্ৰ সকলৰ পানীত হাহঁ নচৰা অৱস্থা হৈছে ৷


কৰিবলৈ কামনাই ৷ ধন উপাৰ্জন বাবে কোনো বিকল্প নাই সেইবাবেই সাধাৰণশ্ৰেণীৰ লোক সকলে দিক বিদিক হেৰুৱাইছে ৷ এনে অৱস্থাত দৰিদ্ৰ পৰিয়ালক সহায়ৰহাত আগ বঢ়াইছে গোলাঘাটৰ দুজন যুৱকে ৷ গোলাঘাট চহৰৰ দহনং ৱাৰ্ডৰ দুই যুৱক ক্ৰমে মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাইয়ে আশীটা 

দীন দৰিদ্ৰ পৰিয়ালক খাদ্যদ্ৰব্য যোগান ধৰিছে ৷ বেঙেনাখোৱাৰ বৃদ্ধাশ্ৰম শান্তি আলয়ৰ আইটা সকলক সাহায্য দিয়াৰ লগতে গোলাঘাটৰ ৰেল ক্ৰচিংৰ ওচৰত ; তৰফাৎ আহোমগাও আদিৰ দৰিদ্ৰ সকলৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে খাদ্যৰ যোগান ধৰিছে ৷ কৌশিকে নিজৰ উপাৰ্জনৰ ধনৰ এটা অংশ দৰিদ্ৰক দিয়াৰ লগতে মানসৰ এই কামত সহায় কৰিছে ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷ :::


 কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট। নৰ্থইষ্ট নিউজ ইণ্ডিয়া

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...