Thursday, 27 May 2021
Wednesday, 26 May 2021
আজি সতী ৰাধিকা স্মৃতি দিৱস।
26 May, 2021
*লখিমপুৰত সতী ৰাধিকা স্মৃতি দিৱস পালন* Date :- 26/5/21
## আজি সতী ৰাধিকা স্মৃতি দিৱস।
## সমগ্ৰ অসমৰ লগতে লখিমপুৰৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় সতী ৰাধিকা স্মৃতি দিৱস।
## লখিমপুৰৰ কপহুৱা গাৱৰ বৰ নামঘৰৰ সন্মূখত অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতি আৰু কপহুৱা যুৱ মঞ্চ সমিতি সহযোগত শান্তি সতী ৰাধিকা আইক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
## দিনৰ ভাগত বিভিন্ন প্ৰান্তত সাহিত্যি প্ৰতিযোগিতা উপৰিও সন্ধিয়ালৈ কপহুৱা বৰ নামঘৰৰ সন্মূখত সকলোৱে কভিড পতোকল মানি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় সতী ৰাধিকা আইক।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
ক’ভীড-১৯ৰ তাণ্ডৱৰ সময়ত গোলাঘাটৰ দিনদৰিদ্ৰ সকলৰ পানীত হাহঁ নচৰা অৱস্থা হৈছে ৷
26 May, 2021
ক’ভীড-১৯ৰ তাণ্ডৱৰ সময়ত গোলাঘাটৰ দিনদৰিদ্ৰ সকলৰ পানীত হাহঁ নচৰা অৱস্থা হৈছে ৷
কৰিবলৈ কামনাই ৷ ধন উপাৰ্জন বাবে কোনো বিকল্প নাই সেইবাবেই সাধাৰণশ্ৰেণীৰ লোক সকলে দিক বিদিক হেৰুৱাইছে ৷ এনে অৱস্থাত দৰিদ্ৰ পৰিয়ালক সহায়ৰহাত আগ বঢ়াইছে গোলাঘাটৰ দুজন যুৱকে ৷ গোলাঘাট চহৰৰ দহনং ৱাৰ্ডৰ দুই যুৱক ক্ৰমে মানস প্ৰতীম কৌশিক আৰু ধ্ৰুৱজ্যোতি বৰগোহাইয়ে আশীটা
দীন দৰিদ্ৰ পৰিয়ালক খাদ্যদ্ৰব্য যোগান ধৰিছে ৷ বেঙেনাখোৱাৰ বৃদ্ধাশ্ৰম শান্তি আলয়ৰ আইটা সকলক সাহায্য দিয়াৰ লগতে গোলাঘাটৰ ৰেল ক্ৰচিংৰ ওচৰত ; তৰফাৎ আহোমগাও আদিৰ দৰিদ্ৰ সকলৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে খাদ্যৰ যোগান ধৰিছে ৷ কৌশিকে নিজৰ উপাৰ্জনৰ ধনৰ এটা অংশ দৰিদ্ৰক দিয়াৰ লগতে মানসৰ এই কামত সহায় কৰিছে ধ্ৰুৱজ্যোতি বৰগোহাঞিয়ে ৷ :::
কেমেৰাত বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা গোলাঘাট। নৰ্থইষ্ট নিউজ ইণ্ডিয়া
১৫ দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ
গোলাঘাটৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আৰু বোকাখাতৰ ক'ভিড চিকিৎসালয় পৰিদৰ্শন উপায়ুক্তৰ
26 May, 2021জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা আগতে জাৰী কৰা এছ.ও.পি.-ৰ উপৰিও, ডিমা হাচাওৰ সকলো অধ্যক্ষ, পৌৰ পৰিষদ/ নগৰ সমিতিক পৰৱৰ্তী নিৰ্দেশ লৈকে কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আৰু ৱাইন শ্বপৰ শ্ৰেণীৰ অন্তৰ্গত দোকান খোলাটো সীমিত কৰাৰ বাবে এক নিৰ্দেশ জাননী দিয়া হৈছে। কালি পৰিষদত অনুষ্ঠিত হোৱা আকস্মিক বৈঠকত মাননীয় চিইএম, এনচিএইচএচি, শ্ৰীৰ নেতৃত্বত স্বায়ত্তশাসিত পৰিষদৰ সকলো মাননীয় সদস্যৰ সৈতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডেবোলাল গৰ্লোচা।
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...