Monday, 24 May 2021

অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডিমা হাচাওৰ কাৰ্যালয়ৰ পৰা 18 বছৰ- 44 বছৰ বয়সৰ কোভিড-19 টিকাকৰণ ।

24 May, 2021

অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডিমা হাচাওৰ কাৰ্যালয়ৰ পৰা 18 বছৰ- 44 বছৰ বয়সৰ কোভিড-19 টিকাকৰণ । 

ডিমা হাচাওত চিঅ'ভিআইডি-19 টিকাকৰণৰ বাবে অনলাইন বুকিং 24 মে 2021 তাৰিখে আবেলি 4 বজাৰ পৰা মুকলি হ'ব। সমৰ্পিত কোউইন পৰ্টেল আৰু আৰোগ্য সেতু এপ্লিকেচন দৰ্শন কৰক। 25 আৰু 26 মে 2021 তাৰিখে 9 টা স্থানত টিকাকৰণ কৰা হ'ব।

টিকাকৰণ কেন্দ্ৰসমূহ:

1.ডি.এছ.এ. কমপ্লেক্স, হাফলং
2. মাহুৰ টাউন কমিটি হল
3. উমৰাংচো চিএইচচি চিকিৎসালয়
4. দিয়ুংমুখ ব্লক কমিটি হল
5. মাইবাং টাউন হল
6. হাৰাংগাজাও টাউন কমিটি9 হল
7. চৰকাৰী ল'ৰা। এইচ.এছ.এছ., হাফলং
8. লেংটিং পিএইচচি
৯. গুনজং পিএইচচি

 টিকাকৰণৰ সময় : ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 2 বজালৈ।

নিম্নলিখিত স্থানবোৰত সকলো দিনতে 45 বছৰ বা তাতকৈ অধিক সময়ৰ বাবে টিকাকৰণ অব্যাহত থাকিব।

1. নগৰীয় স্বাস্থ্য কেন্দ্ৰ 
2. হাফলং অসামৰিক চিকিৎসালয় 
3. গুনজুং পিএইচচি
4. দিয়ুংমুখ এমপিএইচচি
5. দিহাংগী এছডি
6. উমৰাংচো চিএইচচি
7. হাৰাংগাজাও এম.পি.এইচ.চি.
৮.জাতিঙ্গা এছডি
9. মাহুৰ ব্লক ডেভেলপমেণ্ট কনফাৰেন্স হল
10. মাইবাং চিএইচচি
11. লেংটিং পিএইচচি। 

Sd/-
Dr.  Marina L Changsan
Addl. Chief Medical & Health Officer ,
Dima Hasao

24 May, 2021Important UpdateIn Jorhat District

24 May, 2021

Important Update
In Jorhat District

24 May, 2021স্বাস্থ্য বিভাগ আৰু এনএইচএম, অসমৰ দ্বাৰা জাৰী কৰা Black Fungus গুৰুত্বপূৰ্ণ তথ্য।

24 May, 2021

স্বাস্থ্য বিভাগ আৰু এনএইচএম, অসমৰ দ্বাৰা জাৰী কৰা Black Fungus গুৰুত্বপূৰ্ণ তথ্য।

24 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 23/05/2021.

24 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 23/05/2021.

Sunday, 23 May 2021

কভিড আক্ৰান্ত হৈ গোলাঘাটৰ সমাজকৰ্মী দিলীপ শৰ্মাৰ মৃত্যু

23 May, 2021

কভিড আক্ৰান্ত হৈ গোলাঘাটৰ সমাজকৰ্মী দিলীপ শৰ্মাৰ মৃত্যু 


 ,২৩ মে' : গোলাঘাট নগৰৰ সমীপৰ ভগাগাৱৰ বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি দিলীপ শৰ্মাৰ দেওবাৰে কভিডত আক্ৰান্ত হৈ গোলাঘাটৰ কভিড চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ । যোৱা ২০ মে'ত  শৰ্মাৰ শাৰীৰিক অবস্থা শোচনীয় হৈ পৰাত স্বাস্থ্য পৰীক্ষাত তেওঁৰ শৰীৰত কভিডৰ অবস্থিতি ধৰা পৰাত গোলাঘাটৰ কভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । পুৰুহিতালী কৰ্মৰে তেওঁ গোলাঘাটৰ সমাজ জীৱনলৈ সেৱা আগবঢ়াই অহা এগৰাকী নিৰৱ সমাজকৰ্মী ৰূপে পৰিচিত আছিল প্ৰয়াত  শৰ্মা। যাৰ ঘৰতেই যি উদ্দেশ্যতেই নহওক লাগিলে খবৰ দিলেই উপস্থিত হৈ  উদ্ধাৰ কৰি আহিছিল সকলোকে   । মৃত্যুৰ সময়ত পত্নী, তিনি গৰাকী পুত্ৰ সন্তান সহ আত্মীয় স্বজনক এৰি যোৱা এই গৰাকী নিৰৱ সমাজকৰ্মীৰ মৃত্যুত শোকৰ ছা পৰিছে গোলাঘাটত । আনহাতে আজি ১০৬১ গৰাকীৰ ৰেপিড টেষ্ট আৰু ১২২ গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰা হয় ৷ চৌবিশ ঘণ্টাত ৭৭ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷ আজিৰ দিনটোত মুঠ চাৰি গৰাকীৰ মৃত্যু হয় ৷ ক’ভীড-১৯ৰ দ্বীতীয়টো ঢ়ৌত এই পয্যন্ত ৮২৯৩৩ গৰাকীক ৰেপিড টেষ্ট কৰা হয় ৷মুঠ পজিটিভৰ সংখ্যা ৩৮৯১ গৰাকী ৷ এক্টিভ ৰোগী মুঠ ১০২৫ গৰাকীৰ বিপৰীতে আজি পয্যন্ত ৪৬ গৰাকীৰ মৃত্যু ঘটে ৷ :: 

গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

23 May, 2021Covid 19 Helpline Number list for Senior Citizens District Level

23 May, 2021

Covid 19 Helpline Number list for Senior Citizens District Level

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

23 May, 2021

 BREAKING NEWS

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...