Sunday, 23 May 2021

কভিড আক্ৰান্ত হৈ গোলাঘাটৰ সমাজকৰ্মী দিলীপ শৰ্মাৰ মৃত্যু

23 May, 2021

কভিড আক্ৰান্ত হৈ গোলাঘাটৰ সমাজকৰ্মী দিলীপ শৰ্মাৰ মৃত্যু 


 ,২৩ মে' : গোলাঘাট নগৰৰ সমীপৰ ভগাগাৱৰ বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি দিলীপ শৰ্মাৰ দেওবাৰে কভিডত আক্ৰান্ত হৈ গোলাঘাটৰ কভিড চিকিৎসালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ । যোৱা ২০ মে'ত  শৰ্মাৰ শাৰীৰিক অবস্থা শোচনীয় হৈ পৰাত স্বাস্থ্য পৰীক্ষাত তেওঁৰ শৰীৰত কভিডৰ অবস্থিতি ধৰা পৰাত গোলাঘাটৰ কভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । পুৰুহিতালী কৰ্মৰে তেওঁ গোলাঘাটৰ সমাজ জীৱনলৈ সেৱা আগবঢ়াই অহা এগৰাকী নিৰৱ সমাজকৰ্মী ৰূপে পৰিচিত আছিল প্ৰয়াত  শৰ্মা। যাৰ ঘৰতেই যি উদ্দেশ্যতেই নহওক লাগিলে খবৰ দিলেই উপস্থিত হৈ  উদ্ধাৰ কৰি আহিছিল সকলোকে   । মৃত্যুৰ সময়ত পত্নী, তিনি গৰাকী পুত্ৰ সন্তান সহ আত্মীয় স্বজনক এৰি যোৱা এই গৰাকী নিৰৱ সমাজকৰ্মীৰ মৃত্যুত শোকৰ ছা পৰিছে গোলাঘাটত । আনহাতে আজি ১০৬১ গৰাকীৰ ৰেপিড টেষ্ট আৰু ১২২ গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰা হয় ৷ চৌবিশ ঘণ্টাত ৭৭ গৰাকী পজিটিভ ৰোগীক চিনাক্ত কৰা হয় ৷ আজিৰ দিনটোত মুঠ চাৰি গৰাকীৰ মৃত্যু হয় ৷ ক’ভীড-১৯ৰ দ্বীতীয়টো ঢ়ৌত এই পয্যন্ত ৮২৯৩৩ গৰাকীক ৰেপিড টেষ্ট কৰা হয় ৷মুঠ পজিটিভৰ সংখ্যা ৩৮৯১ গৰাকী ৷ এক্টিভ ৰোগী মুঠ ১০২৫ গৰাকীৰ বিপৰীতে আজি পয্যন্ত ৪৬ গৰাকীৰ মৃত্যু ঘটে ৷ :: 

গোলাঘাট পৰা প্ৰকাশ শৰ্মা   ৰিপৰ্ত  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

23 May, 2021Covid 19 Helpline Number list for Senior Citizens District Level

23 May, 2021

Covid 19 Helpline Number list for Senior Citizens District Level

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

23 May, 2021

 BREAKING NEWS

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

23 May, 2021Golaghat Covid🦠 update

23 May, 2021

Golaghat Covid🦠 update

আহ্বান

।। জয় মা আৰু প্ৰকৃতি।।                👉  অহংকাৰ 👈 সেই মানৱ জাতি অহংকাৰ কৰি  কি পাবা ? কেতিয়াবা শ্মশানলৈ গৈ চাবা। তাত  দেখিবা আপোনাতকৈ ধনী...