Saturday, 22 May 2021
Friday, 21 May 2021
ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷
21 May, 2021
ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ
দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷
গোলাঘাট ২১ মে’
...গোলাঘাটত মাৰাত্মক ভাৱে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ, ভাং আদিৰ বেহা। শুক্ৰবাৰে গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ পেডলাৰ আৰু এজন ভাং সৰহবৰাহকাৰীক আটক কৰে।আজি ফৰকাটিং তিনিআলিত ফৰকাটিংআৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই চলোৱা অভিযানত গোলাঘাটৰ মিচন চাৰিআলিৰ আবিদ আলিৰ পৰা ৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে গোলাঘাটৰ গাড়ীগাঁৱৰ অনিল বৰা নামৰ লোকজনৰ পৰা 24 কি:গ্ৰাম ভাং জব্দ কৰে।গোলাঘাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ডা:ৰবীন কুমাৰৰ নিৰ্দেশত এই অভিযান চলা বুলি ফৰকাটিঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।ৰাইজে এনেধৰণৰ অভিযান নিয়মমাফিক নহৈ প্ৰকৃতাৰ্থত হোৱাৰ কামনা কৰিছে।
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
উপায়ুক্তৰ কভিডৰ ওপৰত সংবাদমেল* Date :- 21/5/21
সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব
সাধাৰণ জনগণে জনপ্ৰতিনিধি কেনেকৈ বাচনি কৰিব গণতান্ত্ৰিক সমাজত জনপ্ৰতিনিধি বাচনি কৰাৰ অধিকাৰ জনগণৰ হাততেই থাকে। এই অধিকাৰ সঠিকভাৱে ব্যৱহাৰ কৰ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...