Wednesday, 19 May 2021

19 May, 2021কোভিডৰ এই দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে, আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কেবিনেটৰ সৈতে অত্যাৱশ্যকীয় অক্সিজেন উৎপাদনত সমৰ্থনৰ সিদ্ধান্ত। ভাৰত চৰকাৰৰ এইচ এণ্ড এফডব্লিউ মন্ত্ৰালয়ৰ দ্বাৰা তাৎক্ষণিকভাৱে 1000 এলপিএম পিএছএ অক্সিজেন উৎপাদন স্থাপনৰ বাবে হাফলং অসামৰিক চিকিৎসালয় বাছনি কৰা হৈছে।ইয়াৰ দীৰ্ঘম্যাদী লাভালাভ হ'ব, কোভিড মহামাৰীৰ সময়ত আৰু বাহিৰত, সকলো চিকিৎসা অক্সিজেন যোগান।

19 May, 2021

কোভিডৰ এই দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে, আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কেবিনেটৰ সৈতে অত্যাৱশ্যকীয় অক্সিজেন উৎপাদনত সমৰ্থনৰ সিদ্ধান্ত। 
 ভাৰত চৰকাৰৰ এইচ এণ্ড এফডব্লিউ মন্ত্ৰালয়ৰ দ্বাৰা তাৎক্ষণিকভাৱে 1000 এলপিএম পিএছএ অক্সিজেন উৎপাদন স্থাপনৰ বাবে হাফলং অসামৰিক চিকিৎসালয় বাছনি কৰা হৈছে।
ইয়াৰ দীৰ্ঘম্যাদী লাভালাভ হ'ব, কোভিড মহামাৰীৰ সময়ত আৰু বাহিৰত, সকলো চিকিৎসা অক্সিজেন যোগান।

19 May, 2021 17 মে 2021 তাৰিখলৈকে জিলা সমূহৰ অনুমোদিত পি.এম.এ.ৱাই.

19 May, 2021

 17 মে 2021 তাৰিখলৈকে জিলা  সমূহৰ অনুমোদিত পি.এম.এ.ৱাই.

19 May, 2021Situation vacant

19 May, 2021

Situation vacant

19 May, 2021ঘৰে ঘৰে অত্যাবশ্যকীয় সামগ্ৰী যোগানৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ পদক্ষেপ।

19 May, 2021

ঘৰে ঘৰে অত্যাবশ্যকীয় সামগ্ৰী যোগানৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ পদক্ষেপ। 

উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যপুথি ৷

19 May, 2021

উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যপুথি ৷

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৱেবছাইট www.ahsec.nic.in যোগে  শিক্ষাৰ্থীসকলক পাঠ্যপুথিসমূহ ডাউনলোড কৰিবলৈ আহ্বান জনাইছে শিক্ষা সংসদে ৷

মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিম্নোল্লিখিত নিৰ্দেশনাসমূহ প্ৰদান কৰে –

19 May, 2021

মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিম্নোল্লিখিত নিৰ্দেশনাসমূহ প্ৰদান কৰে –

 শিক্ষক নিযুক্তি আৰু বদলিকৰণ আইন কঠোৰভাৱে বলৱৎকৰণৰ নিৰ্দেশ । 

মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰাৰ নিৰ্দেশ। 

উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্ৰাধিকাৰভিত্তিত শিক্ষক নিযুক্তিৰ নিৰ্দেশ। 

 ৰাজ্যৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে এক স্বতন্ত্ৰ নিযুক্তি প্ৰদানকাৰী সংস্থা গঠনৰ নিৰ্দেশ। 

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ খালী পদসমূহত দ্ৰুততাৰে শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ। 

 নতুন আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ লগতে শিক্ষক ৰিটেনশ্যন পলিচী যুগুতৰ নিৰ্দেশ। 

চাহ বাগিচা এলেকাৰ বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টিৰ নিৰ্দেশ। 

 কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্ৰক্ৰিয়াৰূপে গ্ৰহণৰ নিৰ্দেশ। 

 গুণোৎসৱৰ ফলাফলৰূপে হাতত ল'বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্ৰে সমাপ্ত কৰাৰ নিৰ্দেশ। 

নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে শীঘ্ৰে প্ৰশাসনিক পদসমূহ পূৰণৰ নিৰ্দেশ। 

নৱনিযুক্ত শিক্ষকসকলে যাতে অহা ১ জুনৰ ভিতৰত দৰমহা লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ। 

  স্কুটী বিতৰণৰ বাকী কামসমূহ ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ। 

সকলো  শিক্ষকক একেটা নিয়ন্ত্ৰণকাৰী সংস্থাৰ অধীনলৈ আনিব পৰা যায় নেকি সেয়া পৰীক্ষাৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ।

19 May, 2021Covid Update Assam Covid19 Assam and actions taken as on 18/05/2021.

19 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 18/05/2021.

লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।

      লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।                                              মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...