19 May, 2021
Wednesday, 19 May 2021
উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যপুথি ৷
19 May, 2021
উপলব্ধ হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যপুথি ৷
মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিম্নোল্লিখিত নিৰ্দেশনাসমূহ প্ৰদান কৰে –
19 May, 2021
মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিম্নোল্লিখিত নিৰ্দেশনাসমূহ প্ৰদান কৰে –
শিক্ষক নিযুক্তি আৰু বদলিকৰণ আইন কঠোৰভাৱে বলৱৎকৰণৰ নিৰ্দেশ ।
মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰাৰ নিৰ্দেশ।
উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্ৰাধিকাৰভিত্তিত শিক্ষক নিযুক্তিৰ নিৰ্দেশ।
ৰাজ্যৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে এক স্বতন্ত্ৰ নিযুক্তি প্ৰদানকাৰী সংস্থা গঠনৰ নিৰ্দেশ।
ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ খালী পদসমূহত দ্ৰুততাৰে শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ।
নতুন আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ লগতে শিক্ষক ৰিটেনশ্যন পলিচী যুগুতৰ নিৰ্দেশ।
চাহ বাগিচা এলেকাৰ বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টিৰ নিৰ্দেশ।
কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্ৰক্ৰিয়াৰূপে গ্ৰহণৰ নিৰ্দেশ।
গুণোৎসৱৰ ফলাফলৰূপে হাতত ল'বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্ৰে সমাপ্ত কৰাৰ নিৰ্দেশ।
নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে শীঘ্ৰে প্ৰশাসনিক পদসমূহ পূৰণৰ নিৰ্দেশ।
নৱনিযুক্ত শিক্ষকসকলে যাতে অহা ১ জুনৰ ভিতৰত দৰমহা লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ।
স্কুটী বিতৰণৰ বাকী কামসমূহ ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ।
সকলো শিক্ষকক একেটা নিয়ন্ত্ৰণকাৰী সংস্থাৰ অধীনলৈ আনিব পৰা যায় নেকি সেয়া পৰীক্ষাৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ।
Tuesday, 18 May 2021
18 May, 2021 BREAKING NEWSক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA
18 May, 2021
BREAKING NEWS
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...