14 May, 2021
Friday, 14 May 2021
শংকিত নহ'ব, সতৰ্ক হওক । ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰাওক ।
14 May, 2021
সমগ্র দেশতে ক'ভিডৰ দ্বিতীয়টো ঢৌত এই ৰোগত আক্ৰান্ত হৈয়ো সহস্ৰাধিক লোক সুস্থ হৈ উঠিছে ।
শংকিত নহ'ব, সতৰ্ক হওক । ক'ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰাওক ।
সন্মিলিতভাৱে এই ৰোগৰ বিৰুদ্ধে থিয় দিওঁ আহক ।
ক'ভিড মানেই মৃত্যু নহয় ।
বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ'ন ঘোষণা
14 May, 2021
BREAKING NEWS
প্ৰেছ বিজ্ঞপ্তি নং : ৭৩/২০২১
বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ'ন ঘোষণা
গোলাঘাট, ১৪ মে' : গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ'ব । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ'নৰ সংখ্যা ৬টালৈ বৃদ্ধি পাইছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
যিকোনো Covid19 সম্পৰ্কিত চিকিৎসা পৰামৰ্শৰ বাবে ,
14 May, 2021
ATTENTION...!!!
ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে Covid ধনাত্মক ৰোগী। eSanjeevani অ'পিডি এপৰ জৰিয়তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়- পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ (সকলো দিন)।
Assam Fights Corona
Thursday, 13 May 2021
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...