Friday, 14 May 2021

Covid Update Assam

14 May, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 13/05/2021.

যিকোনো Covid19 সম্পৰ্কিত চিকিৎসা পৰামৰ্শৰ বাবে ,

14 May, 2021

ATTENTION...!!!

যিকোনো Covid19 সম্পৰ্কিত চিকিৎসা পৰামৰ্শৰ বাবে , 
ঘৰুৱা বিচ্ছিন্নতাৰ অধীনত আৰু অসমৰ লোকসকলৰ বাবে Covid ধনাত্মক ৰোগী।   eSanjeevani অ'পিডি এপৰ জৰিয়তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়- পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ (সকলো দিন)। 

Assam Fights Corona

Thursday, 13 May 2021

13 May, 2021Order Notification

13 May, 2021

Order Notification

13 May, 2021Order Notification

13 May, 2021

Order Notification

13 May, 2021Golaghat Covid Update

13 May, 2021

Golaghat Covid Update

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ

13 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৭২/২০২১

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ

গোলাঘাট, ১৩ মে' : গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় এটা ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তই সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জাৰি কৰা এই সম্পৰ্কীয় এটা নিৰ্দেশনাত কোৱা হৈছে যে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছে । সমিতিখনক অহা দুদিনৰ ভিতৰত জিলা উপায়ুক্তৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সমিতিখনৰ আন সদস্যসকল হ'ল কাৰ্যবাহী দণ্ডাধীশ গৌৰিপ্ৰিয়া দেউৰী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপম দুৱৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা প্ৰকল্প প্ৰৱন্ধক অনুস্কা বৰা আৰু জিলা মিডিয়া এক্সপাৰ্ট পূৰ্বালী হাজৰিকা । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...