আহক আমি সকলোৱে কৰ'ণা মহামাৰীৰ পৰা দূৰত থাকো।
Friday, 7 May 2021
কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান
07 May, 2021
BREAKING NEWS
ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।
২০ টা লাখটকীয়া স্বাস্থ্য টিপছ:-
07 May, 2021
২০ টা লাখটকীয়া স্বাস্থ্য টিপছ:-
১) ৰাতি টোপনি নাহিলে ১ মিনিটৰ বাবে চকু দুটি খৰকৈ মেলা-জপোৱা কৰক নিশ্চিত ভাবে পৰৱৰ্তী মিনিটত টোপনি যাব।
২) মাইগ্ৰেইন ৰ মুৰৰ বিষ হলে হাত দুখন বৰফৰ পানীত ডুবাই থৈ মুঠি মাৰক ১ মিনিটৰ বাবে। লগে লগে বিষৰ পৰিত্ৰাণ পাব।
৩) পেটৰ খুব জ্বলা পোৰা হলে ৩-৪ টা তুলসী পাত ভাত খোৱাৰ পিছত চোৱাই এক গিলাচ গৰম পানী খাওক। লগে লগে জ্বলা পোৰা আঁতৰি যাব।
৪) দৈনিক পাছ কাপ ৰঙা চাহ খালে পেটৰ চৰ্বী কমি নাইকিয়া হৈ যাব।
৫) দৈনিক ১৫ মিনিট প্ৰাণ খুলি হাঁহিব লাগে। ১৫ মিনিট হাঁহি ২ ঘণ্টা টোপনিত কৈ ও উত্তম।
৬) হাসি চৰ্দি কমাবলৈ জিভাখন ওলোটাই ডিঙিৰ ভিতৰলৈ সোমাই জোৰ দিয়ক হাচি কমিব।
৭) দিনত অকণমান বাগৰ দিলে স্মৃতিশক্তি বৃদ্ধি পাব আৰু হৃদৰোগৰ সম্ভাৱনা কমিব বুলি প্ৰমাণিত।
৮) বিচনাৰ পৰা উঠাৰ পিছতো যদিহে টোপনিৰ নিচা থাকি যায় তেন্তে এখন ভৰি নমাই কেই ছেকেণ্ডমান মজিয়াত ভৰিখন ৰাখক দেখিব টোপনিৰ ভাব নাইকিয়া হৈছে।
৯) নিয়মিত যদি ভাল লগা গান বা সুৰিয়া সুৰ শুনে ভৱিষ্যতে মগজুৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা নাইকিয়া হয়।
১০) ৰাতিপুৱা যিমানেই পানী খাব দিনটো সিমানেই দেহত সজীৱতা (freshness), কৰ্ম-সক্ৰিয়তা ( spirit) অনুভৱ কৰিব।
১১) মুখৰ ছালখন এবাৰ হলেও বৰফ পানীৰে ধুলে মুখত গুটি নোলায়।
১২) বিষণাসক ঔষধ খোৱাৰ পিছতো যদিহে দাঁতৰ বিষ কমা নাই তেন্তে হাতৰ বুঢ়া আঙুলি আৰু কিনা আঙুলিৰে এটুকুৰা বৰফ কিছু সময় ধৰি ৰাখক লগে লগে বিষ কমি যাব।
১৩) পেটৰ চৰ্বী কমাবলৈ যদি ব্যায়াম কৰি আছে তেন্তে ব্যায়ামৰ আগত একাপ কফি খাই লওঁক । ই আপোনাৰ কাম দুগুণ সহজ কৰিব।
১৪) যদি পঢ়াৰ সময়ত বাৰে বাৰে টোপনি লাগিছে তেন্তে যিমান সময় পাৰে উশাহ ধৰি ৰাখি এৰি দিয়ক টোপনি পলাব।
১৫) দেহ শুদ্ধি কৰণ কৰি ৰাখিবলৈ প্ৰতিদিনে এটা তীয়হ , এটা নেমু, কেইটামান পদিনাৰ পাত আৰু যথেষ্ট পৰিমাণে পানী সেৱন কৰিব। এয়া উত্তম সুধিকাৰক।
১৬) মানসিক চাপ (depression) দূৰ কৰাৰ দুটা উত্তম উপায় হল শৰীৰ চৰ্চা আৰু বন্ধু বান্ধবীৰ সৈতে সময় কটোৱা।
১৭) দৈনিক এগিলাচ ডালিমৰ জুইছ খালে হৃদৰোগ দূৰ হয় আৰু নিম্ন ৰক্তচাপ (low blood pressure) ৰোগৰ পৰিত্ৰাণ পাব।
১৮) যদি কোষ্ঠ-কাঠিন্যৰ সমস্যাত ভুগিছে তেন্তে ৰাতিপুৱা খালি পেটত আধা কাপ সিজোৱা বিত খাওক ।
১৯) বতৰৰ তৰমুজ খালে মানসিক চাপ আৰু অৱসাদ দূৰ হোৱাৰ লগতে দেহত বহুত শক্তি পোৱা যায়।
২০) ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়ি হে শুব ই পাঁচনতন্ত্ৰ মজবুত কৰি ৰাখিব।
এই শুভ বাৰ্তা আপোনাৰ প্ৰিয়জনলৈ বিলাই দি জীৱন অমূল্য কৰাৰ সহায়ক হওঁক।
Ronaldo Taid
NORTHEAST NEWS INDIA
COVID19 প্ৰটোকল আৰু উপযুক্ত আচৰণৰ ওপৰত নিৰ্দেশনা বোৰ এপাৰ্টমেণ্ট আৰু ভৱনত বাস কৰা লোকসকলে অনুসৰণ কৰিব লাগিব।
07 May, 2021
COVID19 প্ৰটোকল আৰু উপযুক্ত আচৰণৰ ওপৰত নিৰ্দেশনা বোৰ এপাৰ্টমেণ্ট আৰু ভৱনত বাস কৰা লোকসকলে অনুসৰণ কৰিব লাগিব।
মুখা পিন্ধিব!
সামাজিক দূৰত্ব বজাই ৰাখিব
NORTHEAST NEWS INDIA
Thursday, 6 May 2021
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...