Tuesday, 4 May 2021

জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।

 04 May, 2021


*বগীনদীত মাক্স বিতৰণ* Date :- 4/5/21


## লখিমপুৰৰ বগীনদীত সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত মাক্স বিতৰণ ও কৰোণাৰ সজাগতা বৃদ্ধি ।


## জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে বিতৰণ কৰে মাক্স ।



 ## সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো দিনে দিনে বৃদ্ধি পাইছে কভিড ১৯ ৰ সংখ্যা ।


## সোমবাৰৰ সন্ধিয়া প্ৰয্যন্ত জিলাখনত কভিড পজিটিভৰ সংখ্যা হলগৈ ৬০২ জন ।


## লখিমপুৰত  আজিও ৰাইজ কভিডক লৈ সজাগ নোহোৱা পৰিলক্ষিত হৈছে।


## একাংশ লোকে মুখত মাক্স পৰিধান নকৰাকৈয়ে ঘুৰি আছে।


## সেই সকলক সজাগ কৰি কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে লখিমপুৰৰ বগীনদী মঙ্গলবৰীয়া সাপ্তাহিক বজাৰৰ লগতে বগীনদী আৰক্ষী থানাত  মাক্স বিতৰণ কৰাৰ উপৰিও কৰোণাৰ সজাগতা বৃদ্ধি কৰে ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

BREAKING NEWS ORDER Notifications

04 May, 2021

BREAKING NEWS

ORDER Notifications

04 May, 2021 BREAKING NEWS Order Notifications

04 May, 2021

BREAKING NEWS

Order Notifications

Golaghat Covid update

04 May, 2021

Golaghat Covid update

BREAKING NEWS Press Release

04 May, 2021

BREAKING NEWS

Press Release

General Election To Vidhan Sabha Trends & Result May, 2021

04 May, 2021

General Election To Vidhan Sabha Trends & Result May, 2021

General Election to the State Legislative Assemblies of Assam, Kerala, Tamil Nadu, West Bengal and Puducherry, 2021

04 May, 2021

General Election to the State Legislative Assemblies of Assam, Kerala, Tamil Nadu, West Bengal and Puducherry, 2021 and bye-elections to various Parliamentary and Assembly Constituencies in various states - Lifting of Model Code of Conduct - reg.

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।