Sunday, 11 April 2021
Covid Update Assam
Saturday, 10 April 2021
ৰঙালী উৎসৱ ও বাণিজ্য মেলা
10 April, 2021
ৰঙালী উৎসৱ ও বাণিজ্য মেলা
গোলাঘাট সমন্বয় ক্ষেএত শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনৰ উদ্যোগত ৪ ৰ পৰা ১৯ এপ্ৰিল ২০২১ তাৰিখলৈকে বিভিন্ন কাৰ্য্যসূচীৰে ৰঙালী উৎসৱ ও বাণিজ্য মেলা অনুষ্ঠিত হৈছে। জনসাধাৰণৰ উপস্থিতি দেখা পোৱা গৈছে। আগন্তক দিন কেইটাত ৰাইজৰ আৰু সমাগম হব বুলি উদোক্তা সকলে আশা ব্যক্ত কৰিছে।
গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতিৰ প্ৰতিবেদন নৰ্থইষ্ট নিউজ ইণ্ডিয়া
এজোপা বৰগছ
10 April, 2021
এজোপা বৰগছ
গোলাঘাট চহৰৰ ব্ৰহ্মানন্দ দত্ত ৰাজহুৱা শিৱথানৰ ওচৰত এজোপা বৰগছ আৰু জৰীগছ জোপাত প্ৰতিবছৰে বাহ লয় বৰমৌ জাকে এই বাৰো ইয়াত শতাধিক বাঁহ সাজিছে বৰমৌ জাকে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
অসমলৈ আগমন কুলী কেটেকীৰ
10 April, 2021
অসমলৈ আগমন কুলী কেটেকীৰ
এতিয়া আৰম্ভণি হৈছে বসন্তকাল ৷ অসমীয়াৰ জাতীয়জীৱনৰ আয়ুসৰেখা বহাগবিহু আহি পালেহি ৷ ডেকা গাভৰু শিশুহতো ব্যস্তহৈ পৰিছে মৰমৰ ৰঙালী বিহুটিক আদৰিবলৈ ৷ চ’তৰ শেষত লঠঙা বিৰিখৰো কুহিপাত আহিছে ৷ বসন্তৰ বতৰা লৈ আহিল মৰমৰ কুলি জনীও ৷ পিছে ক’ৰপৰা কিয় অসমলৈ আগমন কুলী কেটেকীৰ ৷ চাও আহক আমাৰ গোলাঘাটৰ সাংবাদিক প্ৰকাশ শৰ্মাৰ এক প্ৰতিবেদন ৷ :::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Covid Update Assam
Friday, 9 April 2021
অসমত এক সুষ্ঠ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবৰ সময় হল ৷
09 April, 2021
*অৰণ্য মানব যাদৱ পায়েঙ লখিমপুৰ* Date :- 9/4/21
## গছ থাকিলেহে মানুহ থাকিব ৷
## অসমত এক সুষ্ঠ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবৰ সময় হল ৷
## অসমৰ ৩ কোটি ২০ লাখ জনতাই গছ পুলি ৰোপন কৰি পৃথিবীখনক সেউজীয়া কৰি গঢ়ি তোলাৰ আহ্বান অৰন্য মানৱ পদ্মশ্ৰী সর্ন্মান পাপক যাদৱ পায়েঙৰ ৷
## আজি লখিমপুৰ জিলাৰ নাওঁবৈছা ৰাজহ চক্ৰৰ অধীনৰ সোৱনশিৰি নদীৰ পাৰৰ পকনীয়া ঘাটত অনুস্থিত কৰা বৃক্ষৰোপন কার্য্য-সূচী এটা অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত প্ৰকৃতি প্ৰেমীজনে তেখেতৰ সেউজীয়াকৰণৰ কৰি প্ৰতিজন ব্যক্তিক গছ পুলি ৰোপনৰ আহ্বান জনায়৷
## ইন্দো গ্লবেল চচিয়েল চাৰভিচ ছচাইটি নামৰ বেচৰকাৰী অনুষ্ঠান এটাই লখিমপুৰ জিলাৰ অনুস্থিত কৰা গছপুলি ৰোপণ অনুস্থানত বিশেষ অতিথি হিছাপে অংশ গহণ কৰি গছ পুলি ৰুই অনুস্থানৰ শুভাৰম্ভ কৰে।
## এই গছপুলি ৰোপণ অনুস্থানলৈ চৰকাৰী বন বিভাগৰ দ্বাৰা ১০০০ জোপা গছ পুলি যোগান ধৰা হয় ৷
## অনুস্থানত ইন্দো গ্লবেল চচিয়েল চাৰভিচ ছচাইটিৰ প্ৰকল্প বিষয়া ৰাজেন শইকীয়া উপস্থিত থাকে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
09 April, 2021 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...