Saturday, 10 April 2021
Covid Update Assam
Friday, 9 April 2021
অসমত এক সুষ্ঠ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবৰ সময় হল ৷
09 April, 2021
*অৰণ্য মানব যাদৱ পায়েঙ লখিমপুৰ* Date :- 9/4/21
## গছ থাকিলেহে মানুহ থাকিব ৷
## অসমত এক সুষ্ঠ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবৰ সময় হল ৷
## অসমৰ ৩ কোটি ২০ লাখ জনতাই গছ পুলি ৰোপন কৰি পৃথিবীখনক সেউজীয়া কৰি গঢ়ি তোলাৰ আহ্বান অৰন্য মানৱ পদ্মশ্ৰী সর্ন্মান পাপক যাদৱ পায়েঙৰ ৷
## আজি লখিমপুৰ জিলাৰ নাওঁবৈছা ৰাজহ চক্ৰৰ অধীনৰ সোৱনশিৰি নদীৰ পাৰৰ পকনীয়া ঘাটত অনুস্থিত কৰা বৃক্ষৰোপন কার্য্য-সূচী এটা অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত প্ৰকৃতি প্ৰেমীজনে তেখেতৰ সেউজীয়াকৰণৰ কৰি প্ৰতিজন ব্যক্তিক গছ পুলি ৰোপনৰ আহ্বান জনায়৷
## ইন্দো গ্লবেল চচিয়েল চাৰভিচ ছচাইটি নামৰ বেচৰকাৰী অনুষ্ঠান এটাই লখিমপুৰ জিলাৰ অনুস্থিত কৰা গছপুলি ৰোপণ অনুস্থানত বিশেষ অতিথি হিছাপে অংশ গহণ কৰি গছ পুলি ৰুই অনুস্থানৰ শুভাৰম্ভ কৰে।
## এই গছপুলি ৰোপণ অনুস্থানলৈ চৰকাৰী বন বিভাগৰ দ্বাৰা ১০০০ জোপা গছ পুলি যোগান ধৰা হয় ৷
## অনুস্থানত ইন্দো গ্লবেল চচিয়েল চাৰভিচ ছচাইটিৰ প্ৰকল্প বিষয়া ৰাজেন শইকীয়া উপস্থিত থাকে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
09 April, 2021 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৯ চনৰ বানপানীৰ সময়ত উদ্ধাৰ কৰা ৩টা গড় পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ
09 April, 2021Covid Update Assam
Thursday, 8 April 2021
BIG BREAKING NEWS
08 April, 2021
*লখিমপুৰ উদ্ধভ ভৰালী* Date :- 8/4/21
## বিশিষ্ট উদ্ভাবক পদ্মশ্ৰী উদ্ধব ভৰালীৰ দৈনিক নতুন নতুন উদ্ভাবনে সহায় কৰিছে বহু লোকৰ।
## শেহতীয়াকৈ উদ্ধৱ ভৰালীৰে এক উদ্ভাৱনে নতুন জীৱন দিলে গুৱাহাটীৰ এজন ব্যক্তিক।
## ২০১২ চনৰ এক ৰেল দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাইছিল গুৱাহাতীৰ বসন্ত কুমাৰ ডেকা নামৰ ব্যক্তি জনে।
## ২০১২ চনৰ পৰা ৯ বছৰ আনৰ ওপৰত নিৰ্ভৰ কৰি আহিছিল বসন্ত কুমাৰ ডেকাই।
## কিন্তু এতিয়াৰ পৰা ডেকাক নালাগে কাৰোৰে সহায়।
## পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে বসন্ত ডেকাৰ বাবে উদ্ভাৱন কৰি উলিয়ালে বহুকেইটা সামগ্ৰী।
## পুৱা দাত ব্ৰাছ কৰা , চাহ খোৱা, ভাত খোৱাৰ লগতে সৌচালয়ৰ সকলো কাম আজিৰে পৰা নিজে নিজেই কৰিব পাৰিব বসন্ত ডেকাই।
## প্ৰায় দুবছৰীয়া পৰীক্ষাৰ অন্তত বৃহস্পতিবাৰে লখিমপুৰৰ নিজ বাসগৃহত সামগ্ৰী সমুহ বসন্ত ডেকাক অৰ্পন কৰিলে উদ্ভৱ ভৰালীয়ে।
Byte :-
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Covid Update Assam
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...