Friday, 25 December 2020

25 December, 2020 ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ তম্ জন্ম জয়ন্তীৰ উপলক্ষে শুক্ৰবাৰে জিলা ভিক্তিত বেডমিণ্টন প্ৰতিযোগিতাত আয়োজন কৰে ৷ উক্ত সভাত বিজেপি জিলা উপঃসভাপতি কুশ বৰা,সাধাৰণ সম্পাদক পুলক চেতিয়া,এচ.চি মৰ্চা ৰাজ্যিক সদস্য শংকৰ দাস,জিলা কাৰ্যনিৰ্বাহক সদস্য অচুক কুমাৰ আগৰৱাল,অবিচি মৰ্চা মণ্ডল সভাপতি দিগন্ত গগৈ,যুৱ মৰ্চা জিলা ও মণ্ডল বিষয়ববীয়া তথা জেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে ৷ আৰু সুশাসন দিৱসৰ উপলক্ষে কায়্যকৰ্তা সকলে বিয়লি নিজৰ বাসগৃহত প্ৰয়াত প্ৰধানমন্ত্ৰী অতল বিহাৰে বাজপেয়ীক সুঁৱৰি বন্তী প্ৰজ্বলন কৰে ৷ :: নিউজ ডেস্ক ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 25 December, 2020


ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ তম্ জন্ম জয়ন্তীৰ উপলক্ষে শুক্ৰবাৰে জিলা ভিক্তিত বেডমিণ্টন প্ৰতিযোগিতাত আয়োজন কৰে ৷ উক্ত সভাত বিজেপি জিলা উপঃসভাপতি  কুশ বৰা,সাধাৰণ সম্পাদক পুলক চেতিয়া,এচ.চি মৰ্চা ৰাজ্যিক সদস্য  শংকৰ দাস,জিলা কাৰ্যনিৰ্বাহক সদস্য  অচুক কুমাৰ আগৰৱাল,অবিচি মৰ্চা মণ্ডল সভাপতি  দিগন্ত গগৈ,যুৱ মৰ্চা জিলা ও মণ্ডল বিষয়ববীয়া তথা জেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে ৷ আৰু সুশাসন দিৱসৰ উপলক্ষে কায়্যকৰ্তা সকলে বিয়লি নিজৰ বাসগৃহত প্ৰয়াত প্ৰধানমন্ত্ৰী অতল বিহাৰে বাজপেয়ীক সুঁৱৰি বন্তী প্ৰজ্বলন কৰে ৷ :: নিউজ ডেস্ক 

ৰিপ’ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া  ৷


Thursday, 24 December 2020

24 December, 2020 *দলীয় কৰ্মী সভা লখিমপুৰ* Date :- 24/12/2020 ## লখিমপুৰ বিধান পৰিষদৰ উদ্যোগত আজি লখিমপুৰ জিলা ত্যাগক্ষেত্ৰত এখনি দলীয় কৰ্মী সন্মিলন আয়োজন কৰা হয়। ## ন-সাজেৰে, ন-উদ্যমেৰে এই বাৰ ৰাইজৰ মাজলৈ আগবাঢ়ি আহিছে অসম গণ পৰিষদ। ## লখিমপুৰৰ অসম গণ পৰিষদৰ ভৱনৰ পৰা পুৱা ১০ বজাত এক বৰনাধ্য সাংস্কৃতিক সোভাযাত্ৰাৰে লখিমপুৰ নগৰৰ মাজেৰে গৈ ত্যাগক্ষেত্ৰত উপস্তিত হয়। ## এই কৰ্মী সন্মিলনত সভাপতি অতুল বৰা, মন্ত্ৰী কেশব মহন্ত, শিল্পী কল্পনা পাটোৱৰী, শিল্পী মহেন্দ্ৰ হাজৰিকা বিধায়ক উৎপল দত্ত, অসম ছাত্ৰ পৰিষদৰ সভাপতি, সম্পদককে লৈ বহুকেইজন ব্যক্তি। ## ভাষন প্ৰসঙ্গত অতুল বৰাই কয় অসম গণ পৰিষদক শক্তি শালি কৰিবলৈ ৰাইজৰ সহযোগ লাগিব। ## মন্ত্ৰী কেশব মহন্তই কয় যে অসমৰ ৰাইজে যাতে উচ্চিত হিদ্ধান্ত লয় এই বাৰ। ## পূৱাৰ সকলোবোৰ ভুল ক্ৰুতি অতৰাই এইবাৰ প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষ্যৰে অসম গণ পৰিষদে আগবাঢ়ি যাব বাবে যুৱ সমাজক আহ্বান জনায় কেশব মহন্তই। ## উৎপল দত্তক বিগত ৫ বাৰৰ দৰে এইবাৰো যাতে পুনৰ বাৰা বিধায়ক ৰূপেৰে বিধান সভালৈ নিব্বাচিত কৰি পঠিয়াই তাৰ বাবে লখিমপুৰ সমষ্টি ৰাইজক আহ্বান জনায়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 December, 2020


*দলীয় কৰ্মী সভা লখিমপুৰ* Date :- 24/12/2020


## লখিমপুৰ বিধান পৰিষদৰ উদ্যোগত আজি লখিমপুৰ জিলা ত্যাগক্ষেত্ৰত এখনি দলীয় কৰ্মী সন্মিলন আয়োজন কৰা হয়।


## ন-সাজেৰে, ন-উদ্যমেৰে এই বাৰ ৰাইজৰ মাজলৈ আগবাঢ়ি আহিছে অসম গণ পৰিষদ।


## লখিমপুৰৰ অসম গণ পৰিষদৰ ভৱনৰ পৰা পুৱা ১০ বজাত এক বৰনাধ্য সাংস্কৃতিক সোভাযাত্ৰাৰে লখিমপুৰ নগৰৰ মাজেৰে গৈ ত্যাগক্ষেত্ৰত উপস্তিত হয়।


## এই কৰ্মী সন্মিলনত সভাপতি অতুল বৰা, মন্ত্ৰী কেশব মহন্ত, শিল্পী কল্পনা পাটোৱৰী, শিল্পী মহেন্দ্ৰ হাজৰিকা বিধায়ক উৎপল দত্ত, অসম ছাত্ৰ পৰিষদৰ সভাপতি, সম্পদককে লৈ বহুকেইজন ব্যক্তি।


## ভাষন প্ৰসঙ্গত অতুল বৰাই কয় অসম গণ পৰিষদক শক্তি শালি কৰিবলৈ ৰাইজৰ সহযোগ লাগিব।



## মন্ত্ৰী কেশব মহন্তই কয় যে অসমৰ ৰাইজে যাতে উচ্চিত হিদ্ধান্ত লয় এই বাৰ।



## পূৱাৰ সকলোবোৰ ভুল ক্ৰুতি অতৰাই এইবাৰ প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষ্যৰে অসম গণ পৰিষদে আগবাঢ়ি যাব বাবে যুৱ সমাজক আহ্বান জনায় কেশব মহন্তই।



## উৎপল দত্তক বিগত ৫ বাৰৰ দৰে এইবাৰো যাতে পুনৰ বাৰা বিধায়ক ৰূপেৰে বিধান সভালৈ নিব্বাচিত কৰি পঠিয়াই তাৰ বাবে লখিমপুৰ সমষ্টি ৰাইজক আহ্বান জনায়।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 December, 2020 *football tournament Lakhimpur* Date :- 24/12/2020 ## লখিমপুৰ জিলাৰ নকাৰী ক্লাবৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি বুধবাৰে অসম বিদুৎ পৰিষদ গুৱাহাতী আৰু অসম পুলিচ গুৱাহাতী মাজত অনুস্থিত হয়। ## এই ফুটবল প্ৰতিযোগিতা খনি লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আনুষ্ঠিত হয়। ## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বি জে পিৰ কাৰ্য্যবাহী সদস্য মানৱ ডেকা, জিলা উপায়ুক্তৰ জীৱন বি, আৰক্ষী অধীক্ষক লংনিট তেৰাঙৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে। ## চুৰান্ত খেল খনত প্ৰথমে অসম পুলিচে বিদ্যোৎ পৰিষদক ১ গ'ল দিয়ে যদিও পৰৱতী সময়ত খেলখন ড্ৰ হয়। ## পাছত ট্ৰাই বেকা পদ্ধতিৰে ৪/২ গ'লত অসম পুলিচক পৰাস্ত কৰি অসম বিদুৎ পৰিষদ গুৱাহাতীয়ে পৰাজয় কৰি বিজয়ী খিতাপ লাভ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 24 December, 2020


*football tournament Lakhimpur* Date :- 24/12/2020


## লখিমপুৰ জিলাৰ নকাৰী ক্লাবৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মুকলি প্ৰাইজমনী ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি বুধবাৰে অসম বিদুৎ পৰিষদ গুৱাহাতী আৰু অসম পুলিচ গুৱাহাতী মাজত অনুস্থিত হয়।


## এই ফুটবল প্ৰতিযোগিতা খনি লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আনুষ্ঠিত হয়।


## অসমৰ বিভিন্ন ঠাই পৰা দলে অংশ গ্ৰহণ কৰা  এই প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বি জে পিৰ কাৰ্য্যবাহী সদস্য মানৱ ডেকা, জিলা উপায়ুক্তৰ জীৱন বি, আৰক্ষী অধীক্ষক লংনিট তেৰাঙৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে।


## চুৰান্ত খেল খনত প্ৰথমে অসম পুলিচে বিদ্যোৎ পৰিষদক ১ গ'ল দিয়ে যদিও পৰৱতী সময়ত খেলখন ড্ৰ হয়।


## পাছত ট্ৰাই বেকা পদ্ধতিৰে ৪/২ গ'লত অসম পুলিচক পৰাস্ত কৰি অসম বিদুৎ পৰিষদ গুৱাহাতীয়ে পৰাজয় কৰি বিজয়ী খিতাপ লাভ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


24 December, 2020 নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ লগতে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত গোলাঘাট ফৰকাটিংত উত্তাল প্ৰতিবাদ l গোলাঘাট ফৰকাটিং মহাবিদ্যালয়ৰ সমুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্ধ শতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l বি জে পি চৰকাৰ গ বেক,নৰেন্দ্ৰ মোদী হুচিয়াৰ,সৰ্বানন্দ সোণোৱাল লাজ নাই আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l অতি শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে : গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 24 December, 2020


নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ লগতে  কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ  দাবীত গোলাঘাট ফৰকাটিংত উত্তাল প্ৰতিবাদ l গোলাঘাট ফৰকাটিং মহাবিদ্যালয়ৰ সমুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্ধ শতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l বি জে পি চৰকাৰ গ বেক,নৰেন্দ্ৰ মোদী হুচিয়াৰ,সৰ্বানন্দ সোণোৱাল লাজ নাই আদি চৰকাৰ বিৰোধী  বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l অতি শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে  ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা সকলে :


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Wednesday, 23 December 2020

23 December, 2020 হাতী মানুহৰ সংঘাতে এতিয়া জোলোকা জোলোকে পানী খুৱাইছে গঞা ৰাইজক।পথাৰৰ সোণালী ধানৰ মলমলনিয়ে মতলীয়া কৰিছিল ভোকাতুৰ বণ্য হস্তী জাকক ৷ ধানচপোৱাৰ পাছত এতিয়া খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত তালাচী চলাইছে মানুহৰ ধানৰ ভড়াল ;ঘৰ দুৱাৰ।যোৱা নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ মাজৰ পৰা ওলাই আহি এটা হাতীয়ে থুৰামুখ অঞ্চলৰ শেৱালি গা-ধুৱাৰ ঘৰৰ ক্ষতিসাধন কৰে।ইয়াৰোপৰি দাদুল গগৈৰ ভঁৰাল ঘৰ,সৌৰভ গগৈৰ ধাবা আৰু বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল খাবৰ বাবে থুৰামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ দুৱাৰ, খিৰিকী ভাঙি ক্ষতিসাধন কৰে। :: গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


 23 December, 2020


হাতী মানুহৰ সংঘাতে এতিয়া জোলোকা জোলোকে পানী খুৱাইছে গঞা ৰাইজক।পথাৰৰ সোণালী ধানৰ মলমলনিয়ে মতলীয়া কৰিছিল ভোকাতুৰ বণ্য হস্তী জাকক ৷ ধানচপোৱাৰ পাছত এতিয়া খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত তালাচী চলাইছে  মানুহৰ  ধানৰ ভড়াল ;ঘৰ দুৱাৰ।যোৱা নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ মাজৰ পৰা ওলাই আহি এটা হাতীয়ে থুৰামুখ অঞ্চলৰ শেৱালি গা-ধুৱাৰ ঘৰৰ ক্ষতিসাধন কৰে।ইয়াৰোপৰি দাদুল গগৈৰ ভঁৰাল ঘৰ,সৌৰভ গগৈৰ ধাবা আৰু  বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল খাবৰ বাবে থুৰামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ দুৱাৰ, খিৰিকী

 ভাঙি ক্ষতিসাধন কৰে। ::


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

Tuesday, 22 December 2020

22 December, 2020 *লখিমপুৰ প্ৰশিক্ষণ* Date :- 22/12/2020 ## পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তিনিদিনিয়া এক প্ৰশিক্ষন শিবিৰৰ আজি শুভাৰাম্ভ কৰা হয়। ## লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজিৰে পৰা তিনিদিনিয়াকৈ মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত ধেমাজি জিলাৰ পশু সখী প্ৰায় ২৩ গৰাকী লোকে পশু কৰ্মশলাত প্ৰশিক্ষণ গ্ৰহণ কৰে। ## বৈজ্ঞানিক পদ্ধতিৰে পশুধন কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে বিতং ভাবে প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলে। ## এই কৰ্ম্মশালাখনি শুভ উদ্ধোধন কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ডা° উমা ৰাম তামুলীয়ে। ## গো পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে সহকাৰী অধ্যাপক ডা° কৰুণা শইকীয়াই। ## এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা° কন্দৰ্প বৰুবা, ডা° আচিচ শইকীয়া, ডা° সিদ্ধাৰ্থ পাঠক, ডা° দীপ জ্যুতি মহন্ত, ডা° চানা থয় খুমন, ডা° বিজু বৰা, ডা° নয়ন জ্যোতি পাথক, ডা°আদিত্য বৰুৱা, ডা° গোনজিত দাস, ডা° অৰুণোদয় দাস, ডা° দিপান্দীতা বৰমন,ডা° মনোজ কুমাৰ কলিতা আৰু ডা° বিৰাজ শৰ্মাই। ## কেনেকৈ ব্যৱসায়ীক ভিক্তিত পশু পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশিক্ষক সকলে এই বিষয়ে অৱগত কৰোৱাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 22 December, 2020


*লখিমপুৰ প্ৰশিক্ষণ* Date :- 22/12/2020


## পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তিনিদিনিয়া এক প্ৰশিক্ষন শিবিৰৰ আজি শুভাৰাম্ভ কৰা হয়।


## লখিমপুৰ পশু চিকিৎসা  বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজিৰে পৰা তিনিদিনিয়াকৈ  মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত ধেমাজি জিলাৰ পশু সখী প্ৰায় ২৩ গৰাকী লোকে পশু কৰ্মশলাত প্ৰশিক্ষণ গ্ৰহণ কৰে।


## বৈজ্ঞানিক পদ্ধতিৰে পশুধন কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে বিতং ভাবে প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলে।


## এই কৰ্ম্মশালাখনি শুভ উদ্ধোধন কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ডা° উমা ৰাম তামুলীয়ে।


## গো পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে সহকাৰী অধ্যাপক ডা° কৰুণা শইকীয়াই।


## এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা° কন্দৰ্প বৰুবা, ডা° আচিচ শইকীয়া, ডা° সিদ্ধাৰ্থ পাঠক, ডা° দীপ জ্যুতি মহন্ত, ডা° চানা থয় খুমন, ডা° বিজু বৰা, ডা° নয়ন জ্যোতি পাথক, ডা°আদিত্য বৰুৱা, ডা° গোনজিত দাস, ডা° অৰুণোদয় দাস, ডা° দিপান্দীতা বৰমন,ডা° মনোজ কুমাৰ কলিতা আৰু ডা° বিৰাজ শৰ্মাই।


## কেনেকৈ ব্যৱসায়ীক ভিক্তিত পশু পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশিক্ষক সকলে এই বিষয়ে অৱগত কৰোৱাই।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


22 December, 2020 পানী ৷ নীলাপানী ; সেউজিয়াপানী অদৃশ্য পানী ৷ বিশ্বৰ চৌদিশে জলসংকট ৷ পানীক লৈ মহাযুদ্ধ ৷ পানীক লৈ হবনেকী বিশ্বযুদ্ধ ৷ পানী জীৱৰ প্ৰাণ ৷ পানীৰ বাবেই সমগ্ৰ বিশ্ববাসীয়ে হাহাকাৰ কৰাৰ সময়তে গোলাঘাট জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অকমান্যতাৰ বাবেই গেলাপানী যোৱা দুটা জানত দৈনিক বৈ গৈছে হেজাৰ হেজাৰ লিটাৰ পানী ৷ গোলাঘাটৰ জি এফ ৰোডৰ ৰেলে লেভেল ক্ৰচিংৰ ওচৰৰ এইডাল পানীৰ পাইপত ফুটাওলোৱাত প্ৰায় তিনিবছৰ ধৰি অহৰহ পানীগৈ নষ্ট হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচত বিভাগৰ নিদ্ৰা ভংগ হয় ৷ পানীৰ পাইপৰ ফুটাও বন্ধ কৰিলে যদিও দুদিনমানৰ পিছতে আকৌ এটা ফুটা ওলালে ৷ এটা গাড়ী ভালকৰা গেৰেজৰ ওচৰত থকা পাইপদালত বাৰেপতি ফুটা ওলোৱা সন্দৰ্ভত গেৰেজৰ কৰ্মচাৰীক প্ৰশ্ন কৰা হৈছিল যদিও ৰহস্যজনক ভাবে কোনেও মুখ খুলিব নোখোজে ৷ আনহাতে এই ঠাইৰ পৰা কিছূ দূৰৈত ৰেললাইনৰ এটা পুলৰ তলেদি অহা একেডাল বিয়াগোম পাইপৰ দুটাকৈ ফুটাৰে ১৫ বছৰো অধিক কাল অহৰহ পানী নষ্ট হৈয়েই আছে ৷ বাগিছা নগৰৰ এই এলেকাত টিউৱেল বহালেও পানী নোলায় সেয়েহে এই পানী ওলোৱা ফুটাটো ৰাইজৰ বাবে আৰ্শীবাদহে হৈছে ৷এই ঠাইৰ পানীনষ্ট হোৱাটো কমাবৰ বাবে ৰাইজে পাইপত পলিঠিন বান্ধি লৈছে ৷ তথাপিও ব্যাপক ভাবে জল নষ্ট হোৱাত ৰাইজে ইয়াত এটা পানীৰ টেপ লগাই দিবলৈ আহ্বান জনাইছে ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 22 December, 2020


পানী ৷ নীলাপানী ; সেউজিয়াপানী অদৃশ্য পানী ৷ বিশ্বৰ চৌদিশে জলসংকট ৷ পানীক লৈ মহাযুদ্ধ ৷ পানীক লৈ হবনেকী বিশ্বযুদ্ধ ৷ পানী জীৱৰ প্ৰাণ ৷ পানীৰ বাবেই সমগ্ৰ বিশ্ববাসীয়ে হাহাকাৰ কৰাৰ সময়তে গোলাঘাট জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অকমান্যতাৰ বাবেই গেলাপানী যোৱা দুটা জানত দৈনিক বৈ গৈছে হেজাৰ হেজাৰ লিটাৰ পানী ৷ গোলাঘাটৰ জি এফ ৰোডৰ ৰেলে লেভেল ক্ৰচিংৰ ওচৰৰ এইডাল পানীৰ পাইপত ফুটাওলোৱাত প্ৰায় তিনিবছৰ ধৰি অহৰহ পানীগৈ নষ্ট হোৱাৰ বাতৰি প্ৰকাশ হোৱাৰ পিচত বিভাগৰ নিদ্ৰা ভংগ হয় ৷ পানীৰ পাইপৰ ফুটাও বন্ধ কৰিলে যদিও দুদিনমানৰ পিছতে আকৌ এটা ফুটা ওলালে ৷ এটা গাড়ী ভালকৰা গেৰেজৰ ওচৰত থকা পাইপদালত বাৰেপতি ফুটা ওলোৱা সন্দৰ্ভত গেৰেজৰ কৰ্মচাৰীক প্ৰশ্ন কৰা হৈছিল যদিও ৰহস্যজনক ভাবে কোনেও মুখ খুলিব নোখোজে ৷

আনহাতে এই ঠাইৰ পৰা কিছূ দূৰৈত ৰেললাইনৰ এটা পুলৰ তলেদি অহা একেডাল বিয়াগোম পাইপৰ দুটাকৈ ফুটাৰে ১৫ বছৰো অধিক কাল অহৰহ পানী নষ্ট হৈয়েই আছে ৷ বাগিছা নগৰৰ এই এলেকাত টিউৱেল বহালেও পানী নোলায় সেয়েহে এই পানী ওলোৱা ফুটাটো ৰাইজৰ বাবে আৰ্শীবাদহে হৈছে ৷এই ঠাইৰ পানীনষ্ট হোৱাটো কমাবৰ বাবে ৰাইজে পাইপত পলিঠিন বান্ধি লৈছে ৷ তথাপিও ব্যাপক ভাবে জল নষ্ট হোৱাত ৰাইজে ইয়াত এটা পানীৰ টেপ লগাই দিবলৈ আহ্বান জনাইছে ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপ’ৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...