Tuesday, 15 December 2020
Monday, 14 December 2020
14 December, 2020 *লখিমপুৰত নিৰ্মাণ চুটি ছবি চিৎকাৰ* Date :- 14/12/2020 ## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে। ## ৰাজ শেখৰৰ পৰিচলনাত এইবাৰ নিৰ্মাণ হল চুটি ছবি "চিৎকাৰ"। ## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে। ## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "চিৎকাৰ" নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছে। ## এই ছবিখন অহা ১৮ ডিচেম্বৰ তাৰিখে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 December, 2020
*লখিমপুৰত নিৰ্মাণ চুটি ছবি চিৎকাৰ* Date :- 14/12/2020
## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে।
## ৰাজ শেখৰৰ পৰিচলনাত এইবাৰ নিৰ্মাণ হল চুটি ছবি "চিৎকাৰ"।
## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে।
## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "চিৎকাৰ" নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছে।
## এই ছবিখন অহা ১৮ ডিচেম্বৰ তাৰিখে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 December, 2020 *লখিমপুৰ আট্ছা প্ৰতিবাদ* Date :- 14/12/2020 ## অসম চাহ জনজাতি ছাত্ৰ সন্থাই যোৱা কেইবা বছৰ ধৰি চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ দাবী জনাই অহাৰ স্বত্বেও আজি পৰ্যন্ত মুল দাবী সমূহ সমাধান নকৰাত আজি পুনৰ প্ৰতিবাদত উত্তাল কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। ## অসম চাহ জনজাতি ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। ## লখিমপুৰ, ঢকুৱাখন, নাওবৈচা আৰু বিহপুৰীয়া শাখৰ সহযোগত লখিমপুৰ জিলা সমিতি উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ## তেওঁলোকৰ দাবী (১) চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, (২) শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে মূখ্যমম্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 December, 2020
*লখিমপুৰ আট্ছা প্ৰতিবাদ* Date :- 14/12/2020
## অসম চাহ জনজাতি ছাত্ৰ সন্থাই যোৱা কেইবা বছৰ ধৰি চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ দাবী জনাই অহাৰ স্বত্বেও আজি পৰ্যন্ত মুল দাবী সমূহ সমাধান নকৰাত আজি পুনৰ প্ৰতিবাদত উত্তাল কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।
## অসম চাহ জনজাতি ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।
## লখিমপুৰ, ঢকুৱাখন, নাওবৈচা আৰু বিহপুৰীয়া শাখৰ সহযোগত লখিমপুৰ জিলা সমিতি উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থাই লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
## তেওঁলোকৰ দাবী (১) চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, (২) শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে মূখ্যমম্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 December, 2020 *লখিমপুৰ DSO প্ৰতিবাদ* Date :- 14/12/2020 সমগ্ৰ ভাৰতবর্ষৰতে এতিয়া কৃষি বিল বাতিলৰ দাবীত আন্দোলন অব্যাহত আছে। লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত আজি All India DSO লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা মঞ্চ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই প্ৰতিবাদৰ জৰিয়তে ভাৰত চৰকাৰক অনতি পলমে এই কৃষক আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা ভবিষ্যতলৈ ইয়তকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 December, 2020
*লখিমপুৰ DSO প্ৰতিবাদ* Date :- 14/12/2020
সমগ্ৰ ভাৰতবর্ষৰতে এতিয়া কৃষি বিল বাতিলৰ দাবীত আন্দোলন অব্যাহত আছে। লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত আজি All India DSO লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা মঞ্চ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই প্ৰতিবাদৰ জৰিয়তে ভাৰত চৰকাৰক অনতি পলমে এই কৃষক আইন তিনিখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা ভবিষ্যতলৈ ইয়তকৈ জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 December, 2020 *লখিপুৰ ভাগৱত পাঠ* Date :- 14/12/2020 ## লখিপুৰ জিলা গোপীনগৰ কলনিত শ্ৰী মদ্ভভাগৱত পাঠ। ## ৰবিবাৰে সন্ধিয়া গোপীনগৰৰ নিবাসী চেখৰ পালৰ ঘৰত আয়োজন কৰা এই ভাগৱত পাঠ সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ পাঠ কৰা হয়। ## এই ভাগৱত পাঠ ও বাখ্যা কৰ দিলিপ ঘোষে। ## দিলীপ ঘোচে অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত পাঠ কৰি আহিছে। ## এই ভাগৱত পাঠ অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয়। লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
14 December, 2020
*লখিপুৰ ভাগৱত পাঠ* Date :- 14/12/2020
## লখিপুৰ জিলা গোপীনগৰ কলনিত শ্ৰী মদ্ভভাগৱত পাঠ।
## ৰবিবাৰে সন্ধিয়া গোপীনগৰৰ নিবাসী চেখৰ পালৰ ঘৰত আয়োজন কৰা এই ভাগৱত পাঠ সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ পাঠ কৰা হয়।
## এই ভাগৱত পাঠ ও বাখ্যা কৰ দিলিপ ঘোষে।
## দিলীপ ঘোচে অসমীয়া, বাংলা, হিন্দী আদি বিভিন্ন ভাষাত অসমৰ বিভিন্ন প্ৰান্তত ভাগৱত পাঠ কৰি আহিছে।
## এই ভাগৱত পাঠ অনুষ্ঠানৰ পাছতে স্থানীয় শিল্পী সকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয়।
লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Sunday, 13 December 2020
13 December, 2020 শীতকাল আহিল শীতৰ আমেজ লবলৈ অলসতা দূৰ কৰিবৰ বাবে বহুলোকে সুন্দৰ মনোমোহা ঠাইলৈ। ফুৰিবলৈ যায় ৷ আজি আপোনাক দেখুৱাব খুজিছো এক অনুপম সৌন্দৰ্যৰে ভৰপুৰ তীৰ্থস্থান কাশীৰ বিশ্বনাথ মন্দিৰৰ সমীপৰ এক পৰিবেশ ৷ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ ৷ এইৰাজ্যত থকা এই পূৰ্ণ্যভূমী কাশী গঙ্গানদীত কৰাহয় নৌকা বিহাৰ ৷ ইয়াত চলাচল কৰা নাৱত উঠি আপুনিও সৌন্দৰ্য্য উপভোগ কৰিব পাাৰে ৷ শীত কালত ইয়ালৈ আগমন ঘটে লাখ লাখ পৰিভ্ৰমী চিকাৰী পক্ষীৰ ৷ পয্যতক হিচাপে গোলাঘাটৰ পৰা যোৱা উদ্দিপ দত্ত আৰু বিজয় পাণ্ডেৰ কেমেৰা আৱদ্ধ হ’ল গঙ্গা নদীৰ এই অপৰূপ৷ সৌন্দৰ্য ৷ কল্পনাফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
13 December, 2020
শীতকাল আহিল শীতৰ আমেজ লবলৈ অলসতা দূৰ কৰিবৰ বাবে বহুলোকে সুন্দৰ মনোমোহা ঠাইলৈ। ফুৰিবলৈ যায় ৷ আজি আপোনাক দেখুৱাব খুজিছো এক অনুপম সৌন্দৰ্যৰে ভৰপুৰ তীৰ্থস্থান কাশীৰ বিশ্বনাথ মন্দিৰৰ সমীপৰ এক পৰিবেশ ৷ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশ ৷ এইৰাজ্যত থকা এই পূৰ্ণ্যভূমী কাশী গঙ্গানদীত কৰাহয় নৌকা বিহাৰ ৷ ইয়াত চলাচল কৰা নাৱত উঠি আপুনিও সৌন্দৰ্য্য উপভোগ কৰিব পাাৰে ৷ শীত কালত ইয়ালৈ আগমন ঘটে লাখ লাখ পৰিভ্ৰমী চিকাৰী পক্ষীৰ ৷ পয্যতক হিচাপে গোলাঘাটৰ পৰা যোৱা উদ্দিপ দত্ত আৰু বিজয় পাণ্ডেৰ কেমেৰা আৱদ্ধ হ’ল গঙ্গা নদীৰ এই অপৰূপ৷ সৌন্দৰ্য ৷ কল্পনাফুকনৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...