Sunday, 29 November 2020

29 November, 2020 গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন। গোলাঘাট জিলা সাংবাদিক সন্থাৰ বিষয় বাছনি সভাখন শনিবাৰে ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ আতিথ্যত গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ৰ সভা কক্ষত অনুষ্ঠিত হয়।জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা সাংবাদিক সকলক লৈ আজিৰ এই বিষয় বাছনি সভাখনতে প্ৰথমে পুৰণি সমিতিখন ভংগ কৰা হয় আৰু উপস্থিত সকলো সাংবাদিকৰ সৰ্বসন্মতি ক্ৰমে গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।আজিৰ সভাত নতুন সমিতিখনৰ দায়িত্ব সভাপতি হিচাপে বিকাশ শৰ্ম্মা,কাৰ্যকৰী সভাপতি হিচাপে নগেন বৰাক,সাধাৰন সম্পাদক দ্বীপেন বৰাক আৰু সম্পাদক হিচাপে দ্বীপমনি খাটনীয়াক দায়িত্ব অৰ্পন কৰা হয়। :: প্ৰকাশ শৰ্মা গোলাঘাট

 29 November, 2020


গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন।


গোলাঘাট জিলা সাংবাদিক সন্থাৰ বিষয় বাছনি সভাখন শনিবাৰে ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ আতিথ্যত গোলাঘাট দক্ষিণ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ৰ সভা কক্ষত অনুষ্ঠিত হয়।জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা সাংবাদিক সকলক লৈ আজিৰ এই বিষয় বাছনি সভাখনতে প্ৰথমে পুৰণি সমিতিখন ভংগ কৰা হয় আৰু উপস্থিত সকলো সাংবাদিকৰ সৰ্বসন্মতি ক্ৰমে গোলাঘাট জিলা সাংবাদিক সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।আজিৰ সভাত নতুন সমিতিখনৰ দায়িত্ব সভাপতি হিচাপে বিকাশ শৰ্ম্মা,কাৰ্যকৰী সভাপতি হিচাপে নগেন বৰাক,সাধাৰন সম্পাদক দ্বীপেন বৰাক আৰু সম্পাদক হিচাপে দ্বীপমনি খাটনীয়াক দায়িত্ব অৰ্পন কৰা হয়। :: প্ৰকাশ শৰ্মা গোলাঘাট


29 November, 2020 *লখিমপুৰ ডেদবদী* Date :- 29/11/2020 লখিমপুৰ জিলা মৈদমীয়া বান্দৰ বাৰী অঞ্চলত পুৱাই এজন লোকৰ মৃতদেহ উদ্ধাৰ। স্থানীয় এজন যুৱকে পুৱা মাছমাৰীবলৈ যাওতে মেটেকা মাজত প্ৰত্যক্ষ কৰে প্ৰদীপ দত্ত নামৰ ৪৮ বছৰীয়া ব্যক্তি জনক।পৰিয়ালৰ লোকে যানিব দিয়া মতে মদ খাই ঘৰত প্ৰায় কাজিয়া কৰে প্ৰদীপ দত্তই। দূৰ্গা পুজা দশমী দিনাও তেনেকৈ খাই আহি ঘৰত হুলস্থুল কৰিছিল। পুত্ৰ হৈত্যে কিছু তৰ্কাতৰ্কি লগাত ঘৰৰ পৰা ওলাই আহিল। হেই দশমী দিনাই ওলাই আহি প্ৰদীপ দত্ত আজি বান্দৰ বাৰী এটা পুখুৰী মেটেকা মাজত উদ্ধাৰ হয়। প্ৰদীপ দত্ত পেচাত এজন ৰিক্সা চালক আছিল। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 29 November, 2020


*লখিমপুৰ ডেদবদী* Date :- 29/11/2020


লখিমপুৰ জিলা মৈদমীয়া বান্দৰ বাৰী অঞ্চলত পুৱাই এজন লোকৰ মৃতদেহ উদ্ধাৰ।

স্থানীয় এজন যুৱকে পুৱা মাছমাৰীবলৈ যাওতে মেটেকা মাজত প্ৰত্যক্ষ কৰে প্ৰদীপ দত্ত নামৰ ৪৮ বছৰীয়া ব্যক্তি জনক।পৰিয়ালৰ লোকে যানিব দিয়া মতে মদ খাই ঘৰত প্ৰায় কাজিয়া কৰে প্ৰদীপ দত্তই। দূৰ্গা পুজা দশমী দিনাও তেনেকৈ খাই আহি ঘৰত হুলস্থুল কৰিছিল। পুত্ৰ হৈত্যে কিছু তৰ্কাতৰ্কি লগাত ঘৰৰ পৰা ওলাই আহিল। হেই দশমী দিনাই ওলাই আহি প্ৰদীপ দত্ত আজি বান্দৰ বাৰী এটা পুখুৰী মেটেকা মাজত উদ্ধাৰ হয়। প্ৰদীপ দত্ত পেচাত এজন ৰিক্সা চালক আছিল।


লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India


29 November, 2020Covid19 Assam and actions taken as on 28/11/2020.

29 November, 2020

Covid19 Assam and actions taken as on 28/11/2020.

Saturday, 28 November 2020

28 November, 2020 *লখিমপুৰ লালুকত প্ৰতিবাদ* Date :- 28/11/2020 লখিমপুৰৰ লালুকত মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,আৰু ফনীভূষন চৌধুৰীৰ প্ৰতিকৃতি দাহ ৷ আছু আৰু জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই বিক্ষুভ ৷ নাওবৈচা সমষ্টিত আজি অগপৰ বৃহৎ গনজাগৰন সভাত অংশ ললে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ৷ সভাত উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে সংগঠন কেইটাৰ এই প্ৰতিবাদ৷ প্ৰতিবাদকাৰীৰ দাবী দায়িত্ব পালনত চুড়ান্ত ব্যৰ্থ হৈছে মন্ত্ৰী কেইজন৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India

 28 November, 2020


*লখিমপুৰ লালুকত প্ৰতিবাদ* Date :- 28/11/2020


লখিমপুৰৰ লালুকত মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,আৰু ফনীভূষন চৌধুৰীৰ প্ৰতিকৃতি দাহ ৷ আছু আৰু জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই বিক্ষুভ ৷ নাওবৈচা সমষ্টিত আজি অগপৰ বৃহৎ গনজাগৰন সভাত অংশ ললে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ৷ সভাত উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে সংগঠন কেইটাৰ এই প্ৰতিবাদ৷ প্ৰতিবাদকাৰীৰ দাবী দায়িত্ব পালনত চুড়ান্ত ব্যৰ্থ হৈছে মন্ত্ৰী কেইজন৷


লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India


28 November, 2020

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...