29 November, 2020
*লখিমপুৰ ডেদবদী* Date :- 29/11/2020
লখিমপুৰ জিলা মৈদমীয়া বান্দৰ বাৰী অঞ্চলত পুৱাই এজন লোকৰ মৃতদেহ উদ্ধাৰ।
স্থানীয় এজন যুৱকে পুৱা মাছমাৰীবলৈ যাওতে মেটেকা মাজত প্ৰত্যক্ষ কৰে প্ৰদীপ দত্ত নামৰ ৪৮ বছৰীয়া ব্যক্তি জনক।পৰিয়ালৰ লোকে যানিব দিয়া মতে মদ খাই ঘৰত প্ৰায় কাজিয়া কৰে প্ৰদীপ দত্তই। দূৰ্গা পুজা দশমী দিনাও তেনেকৈ খাই আহি ঘৰত হুলস্থুল কৰিছিল। পুত্ৰ হৈত্যে কিছু তৰ্কাতৰ্কি লগাত ঘৰৰ পৰা ওলাই আহিল। হেই দশমী দিনাই ওলাই আহি প্ৰদীপ দত্ত আজি বান্দৰ বাৰী এটা পুখুৰী মেটেকা মাজত উদ্ধাৰ হয়। প্ৰদীপ দত্ত পেচাত এজন ৰিক্সা চালক আছিল।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India