Sunday, 29 November 2020
Saturday, 28 November 2020
28 November, 2020 *লখিমপুৰ লালুকত প্ৰতিবাদ* Date :- 28/11/2020 লখিমপুৰৰ লালুকত মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,আৰু ফনীভূষন চৌধুৰীৰ প্ৰতিকৃতি দাহ ৷ আছু আৰু জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই বিক্ষুভ ৷ নাওবৈচা সমষ্টিত আজি অগপৰ বৃহৎ গনজাগৰন সভাত অংশ ললে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ৷ সভাত উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে সংগঠন কেইটাৰ এই প্ৰতিবাদ৷ প্ৰতিবাদকাৰীৰ দাবী দায়িত্ব পালনত চুড়ান্ত ব্যৰ্থ হৈছে মন্ত্ৰী কেইজন৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
28 November, 2020
*লখিমপুৰ লালুকত প্ৰতিবাদ* Date :- 28/11/2020
লখিমপুৰৰ লালুকত মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,আৰু ফনীভূষন চৌধুৰীৰ প্ৰতিকৃতি দাহ ৷ আছু আৰু জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই বিক্ষুভ ৷ নাওবৈচা সমষ্টিত আজি অগপৰ বৃহৎ গনজাগৰন সভাত অংশ ললে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ৷ সভাত উপস্থিত হোৱাৰ প্ৰাক মুহুৰ্ততে সংগঠন কেইটাৰ এই প্ৰতিবাদ৷ প্ৰতিবাদকাৰীৰ দাবী দায়িত্ব পালনত চুড়ান্ত ব্যৰ্থ হৈছে মন্ত্ৰী কেইজন৷
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
Friday, 27 November 2020
27 November, 2020 *লখিমপুৰ সংবাদমেল* Date :- 27/11/2020 অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ, অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত অহা ২ ডিচেম্বৰত অসম দিৱস উদযাপন ২ ডিচেম্বৰত দ্বিতীয় বাৰ্ষিক "অসম দিৱস" উদযাপনৰ উপলক্ষে আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখনি সংবাদমেল আয়োজন কৰে অসম দিৱস উদযাপন সমিতিয়ে। এই সংবাদমেলতে চাও লোং চুকাফা বৰ অসম সমন্ময় বটাঁ ২০২০ ঘোষানা কৰে। বিগত বৰ্ষত এই সমন্ময় বটাঁতো প্ৰদান কৰিছিল অসমীয়া বোলছবি জগতৰ অভিনেতা নিপন গোস্বামী দেৱক। এইবৰ্ষ এই সমন্ময় বটাঁতো মৰোনত্ত ভাবে প্ৰদান কৰা হব প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক। এই বটাঁত থাকিব নগত ২৫ হাজাৰ টকা, এখন হেংদাং আৰু বস্ত্ৰ। লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news India
27 November, 2020
*লখিমপুৰ সংবাদমেল* Date :- 27/11/2020
অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ, অসম লখিমপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত অহা ২ ডিচেম্বৰত অসম দিৱস উদযাপন ২ ডিচেম্বৰত দ্বিতীয় বাৰ্ষিক "অসম দিৱস" উদযাপনৰ উপলক্ষে আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখনি সংবাদমেল আয়োজন কৰে অসম দিৱস উদযাপন সমিতিয়ে। এই সংবাদমেলতে চাও লোং চুকাফা বৰ অসম সমন্ময় বটাঁ ২০২০ ঘোষানা কৰে। বিগত বৰ্ষত এই সমন্ময় বটাঁতো প্ৰদান কৰিছিল অসমীয়া বোলছবি জগতৰ অভিনেতা নিপন গোস্বামী দেৱক। এইবৰ্ষ এই সমন্ময় বটাঁতো মৰোনত্ত ভাবে প্ৰদান কৰা হব প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক। এই বটাঁত থাকিব নগত ২৫ হাজাৰ টকা, এখন হেংদাং আৰু বস্ত্ৰ।
লখিমপুৰৰ পৰা ৰাহান উদ্দিন আহমেদ northeast news India
27 November, 2020 এই ধৰাত জন্মিলে এদিন যাবই লাগিব ৷ এইয়া চিৰাচিৰিত নিয়ম ৷ পৃথিবীৰ মায়া মোহ ত্যাগতকৰি বাধক্য জনিত কাৰণত ৮৮ বছৰ বয়সত এই সংসাৰৰ পৰা চিৰবিদায় ললে গোলাঘাতৰ নৱ নগৰৰ বাসিন্দা পুণ্যাত্মা জয়দাবালা দেৱীয়ে ৷ গোলাঘাটৰ এগৰাকী সমাজসেৱিকা ধৰ্মপ্ৰাণা মহিলা জয়দাবালা দেৱী যোৱা বৃহস্পতিবাৰে নিশা ৮--৩০ বজাত দেহাৱসান ঘটে ৷ গোলাঘাটৰ সমাজজীৱনৰ লগত জড়িত জয়দাবালা দেৱীয়ে অনাতাৰযোজে বিয়ানাম ; আইনাম আদি পৰিবেশন কৰাৰ লগতে লেখিকা সমাৰোহ ; জিলা মহিলা সমিতি .বিষ্নু মন্দিৰ ; সনাতন ধৰ্মসমাজ ; প্ৰগতিচ’ৰা আদিৰ লগতে বহুকেইটা নামঘৰৰ লগত জড়িত হৈ আছিল ৷ শুক্ৰবাৰে এক শোকাকুল পৰিবেশত তেওৰ নৰশ্বদেহ গোলাঘাটৰ মাৰোৱাৰী শ্মশানত দাহ কৰা হয় ৷ প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ পত্নী জয়দাবালা দেৱীয়ে তিনিপুত্ৰ ক্ৰমে অশোক শৰ্মা ; অসীম শৰ্মা ; অৰূপ শৰ্মা আৰু জিয়াৰী অৰ্চনা বৰুৱা ; নাতি নাতিনী সহ বহু আত্মীয় এৰিথৈ গৈছে ৷ বিশিষ্টা মহিলা জয়দাদেৱীৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্হা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ::: প্ৰকাশ শৰ্মা গোলাঘাট
27 November, 2020
এই ধৰাত জন্মিলে এদিন যাবই লাগিব ৷ এইয়া চিৰাচিৰিত নিয়ম ৷
পৃথিবীৰ মায়া মোহ ত্যাগতকৰি বাধক্য জনিত কাৰণত ৮৮ বছৰ বয়সত এই সংসাৰৰ পৰা চিৰবিদায় ললে গোলাঘাতৰ নৱ নগৰৰ বাসিন্দা পুণ্যাত্মা জয়দাবালা দেৱীয়ে ৷ গোলাঘাটৰ এগৰাকী সমাজসেৱিকা ধৰ্মপ্ৰাণা মহিলা জয়দাবালা দেৱী যোৱা বৃহস্পতিবাৰে নিশা ৮--৩০
বজাত দেহাৱসান ঘটে ৷ গোলাঘাটৰ সমাজজীৱনৰ লগত জড়িত জয়দাবালা দেৱীয়ে অনাতাৰযোজে বিয়ানাম ; আইনাম আদি পৰিবেশন কৰাৰ লগতে লেখিকা সমাৰোহ ; জিলা মহিলা সমিতি .বিষ্নু মন্দিৰ ; সনাতন ধৰ্মসমাজ ; প্ৰগতিচ’ৰা আদিৰ লগতে বহুকেইটা নামঘৰৰ লগত জড়িত হৈ আছিল ৷ শুক্ৰবাৰে এক শোকাকুল পৰিবেশত
তেওৰ নৰশ্বদেহ গোলাঘাটৰ মাৰোৱাৰী শ্মশানত দাহ কৰা হয় ৷ প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ পত্নী জয়দাবালা দেৱীয়ে তিনিপুত্ৰ ক্ৰমে অশোক শৰ্মা ; অসীম শৰ্মা ; অৰূপ শৰ্মা আৰু জিয়াৰী অৰ্চনা বৰুৱা ; নাতি নাতিনী সহ বহু আত্মীয় এৰিথৈ গৈছে ৷ বিশিষ্টা মহিলা জয়দাদেৱীৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্হা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ::: প্ৰকাশ শৰ্মা গোলাঘাট
Thursday, 26 November 2020
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...