Wednesday, 25 November 2020
Tuesday, 24 November 2020
24 November, 2020 *লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 24/11/2020 আজি অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো বিভিন্ন প্ৰান্ত লগতে পূব চান্দমাৰী ৰাইজে পূব চান্দমাৰীত, কংগ্ৰেছ কৰ্মী সকলে জিলা ৰাজীৱ ভৱনত, টাই আহোম যুৱ ছাত্ৰ পৰিষদে চুকাফা ভৱনত আৰু টাই আহোম যুৱ পৰিষদৰ লগতে জাতীয়তাবাদী যুব পৰিষদে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। ইয়াৰ লগতে টাই আহোম যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে চুকাফা ভৱনত লাচিত দিৱসৰ উপলক্ষে বীৰ গৰাকীলৈ বন্তি প্ৰজ্বলনেৰে লাচিত দিৱস উৎযাপন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
24 November, 2020
*লখিমপুৰ শ্ৰদ্ধাঞ্জলি* Date :- 24/11/2020
আজি অসমৰ বিভিন্ন প্ৰান্তত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। অসমৰ এজন বয়সীয়াল ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে আজি শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন হৈছে অসমৰ বিভিন্ন প্ৰান্তত। লখিমপুৰতো বিভিন্ন প্ৰান্ত লগতে পূব চান্দমাৰী ৰাইজে পূব চান্দমাৰীত, কংগ্ৰেছ কৰ্মী সকলে জিলা ৰাজীৱ ভৱনত, টাই আহোম যুৱ ছাত্ৰ পৰিষদে চুকাফা ভৱনত আৰু টাই আহোম যুৱ পৰিষদৰ লগতে জাতীয়তাবাদী যুব পৰিষদে লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত শ্বদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। ইয়াৰ লগতে টাই আহোম যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে চুকাফা ভৱনত লাচিত দিৱসৰ উপলক্ষে বীৰ গৰাকীলৈ বন্তি প্ৰজ্বলনেৰে লাচিত দিৱস উৎযাপন কৰে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
24 November, 2020 বোকাজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ ২৪ নৱেম্বৰ ২০২০ বোকাজান আৰক্ষীয়ে আজি পুৱা বোকাজান আৰু চুঙাজান ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিৰ মাজত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰে ৷ ৰেল বিভাগৰ বোকাজানৰ বোকাজানৰ ট্ৰেকমেনয়ে পুৱা প্ৰায় ৫-৩০ বজাত নিয়মীয়া তহল দিয়াৰ সময়ত ৰেল’ৱে কিল’মিটাৰ ২৭৫ৰ মাজৰ ৰেললাইনত এখন হাত আৰু এখন ভৰি কতা অৱস্থাত প্ৰায় ৩০ বছৰীয়া পুৰুষ জনৰ মৃতদেহ পৰিথকা দেখা পায় ৷ পুৱতীনিশা নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ চেপাতে লোকজনৰ মৃত্যুহল বুলি ৰেল আৰক্ষীয়ে সন্দেহ কৰিছে ৷ অসমীয়া গামোচা আৰু চেক চাৰ্ট পৰিহিত লোকজনৰ মৃতদেহটো পিছত ৰেল আৰক্ষীয়ে উদ্ধাৰকৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ ছহিদ ।কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়লৈ আনে ৷ বাতৰি লিখা সময়লৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷ চিনাক্তৰ বাবে মৃতদেহটো ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ৭২ ঘণ্টাৰ বাবে ৰখাৰ পিছত চিনাক্ত নহলে বিভাগীয় নীতিমতে ব্যবস্থা গ্ৰহণ কৰিব বুলি বোকাজান ৰেল আৰক্ষী সূত্ৰে জানিবলৈ দিছে ৷ঃ কল্পনা ফুকন ৰ ৰিৰ্পত গোলাঘাট
24 November, 2020
বোকাজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ
২৪ নৱেম্বৰ ২০২০
বোকাজান আৰক্ষীয়ে আজি পুৱা বোকাজান আৰু চুঙাজান ৰেল ষ্টেচনৰ মাজৰ ৰেল আলিৰ মাজত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰে ৷ ৰেল বিভাগৰ বোকাজানৰ বোকাজানৰ ট্ৰেকমেনয়ে পুৱা প্ৰায় ৫-৩০ বজাত নিয়মীয়া তহল দিয়াৰ সময়ত ৰেল’ৱে কিল’মিটাৰ ২৭৫ৰ মাজৰ ৰেললাইনত এখন হাত আৰু এখন ভৰি কতা অৱস্থাত
প্ৰায় ৩০ বছৰীয়া পুৰুষ জনৰ মৃতদেহ পৰিথকা দেখা পায় ৷ পুৱতীনিশা নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ চেপাতে লোকজনৰ মৃত্যুহল বুলি ৰেল আৰক্ষীয়ে সন্দেহ কৰিছে ৷ অসমীয়া গামোচা আৰু চেক চাৰ্ট পৰিহিত লোকজনৰ মৃতদেহটো পিছত ৰেল আৰক্ষীয়ে উদ্ধাৰকৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ ছহিদ ।কুশলকোৱঁৰ অসামৰিক চিকিৎসালয়লৈ আনে ৷ বাতৰি লিখা সময়লৈ মৃতদেহটো চিনাক্ত হোৱা নাই ৷ চিনাক্তৰ বাবে মৃতদেহটো ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ৭২ ঘণ্টাৰ বাবে ৰখাৰ পিছত চিনাক্ত নহলে বিভাগীয় নীতিমতে ব্যবস্থা গ্ৰহণ কৰিব বুলি বোকাজান ৰেল আৰক্ষী সূত্ৰে জানিবলৈ দিছে ৷ঃ কল্পনা ফুকন ৰ ৰিৰ্পত গোলাঘাট
24 November, 2020 লাচিত দিৱসৰ লগত সংগতি ৰাখি সেৱা ভাৰতীৰ পূৰ্বাঞ্চল আৰু নেচনেল মেডিক'জ অৰ্গেনাইজেশ্যন ৰ সহযোগত আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। ৰক্তদান মহান দান। ৰক্তদানে দিয়ে জীৱন দান। ইয়াত সৰ্বমুঠ প্ৰায় শতাধিক লোকে ৰক্তদান কৰে। এই বিষয়ে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধিক্ষ্যক ড° চূৰেণ তামূলী য়ে এইদৰে কয়---- গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
24 November, 2020
লাচিত দিৱসৰ লগত সংগতি ৰাখি সেৱা ভাৰতীৰ পূৰ্বাঞ্চল আৰু নেচনেল মেডিক'জ অৰ্গেনাইজেশ্যন ৰ সহযোগত আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।
ৰক্তদান মহান দান। ৰক্তদানে দিয়ে জীৱন দান। ইয়াত সৰ্বমুঠ প্ৰায় শতাধিক লোকে ৰক্তদান কৰে। এই বিষয়ে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধিক্ষ্যক ড° চূৰেণ তামূলী য়ে এইদৰে কয়----
গোলাঘাট ৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপ'ৰ্ট NORTHEAST NEWS INDIA
Monday, 23 November 2020
23 November, 2020 *Lakhimpur অসম দিৱস* লখিমপুৰত অহা ২ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হব অসম দিৱস ৷ টাই আহোম যুৱ পৰিষদ অসম আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উদযাপন কৰিবলগীয়া অসম দিৱসৰ উদ্দেশ্য দেওবাৰে লখিমপুৰ ত্যাগক্ষেত্ৰত লাইখুঁটা স্হাপন কৰা হয় ৷ এই অসম দিৱসত বাৰে ৰহনীয়া সাংস্কৃতিক সোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু সাংস্কৃতিক অনুষ্ঠানত উপষ্টিত থাকিব গীতিকাৰ বিপিন চাওদাং আনহাতে অসম দিৱসৰ কাৰ্যসূচীৰ মাজতে বিগত বৰ্ষ দৰেই এইবছৰো চাওলুঙ চুকাফা বৰঅসম সম্বন্বয় বটাঁ প্ৰদান কৰা হব ৷ লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
23 November, 2020
*Lakhimpur অসম দিৱস*
লখিমপুৰত অহা ২ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হব অসম দিৱস ৷ টাই আহোম যুৱ পৰিষদ অসম আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উদযাপন কৰিবলগীয়া অসম দিৱসৰ উদ্দেশ্য দেওবাৰে লখিমপুৰ ত্যাগক্ষেত্ৰত লাইখুঁটা স্হাপন কৰা হয় ৷ এই অসম দিৱসত বাৰে ৰহনীয়া সাংস্কৃতিক সোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু সাংস্কৃতিক অনুষ্ঠানত উপষ্টিত থাকিব গীতিকাৰ বিপিন চাওদাং আনহাতে অসম দিৱসৰ কাৰ্যসূচীৰ মাজতে বিগত বৰ্ষ দৰেই এইবছৰো চাওলুঙ চুকাফা বৰঅসম সম্বন্বয় বটাঁ প্ৰদান কৰা হব ৷
লখিমপুৰৰ পৰা ৰাহান আহমেদ northeast news India
23 November, 2020## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান।## সোমবাৰে বিয়লি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ।## ৮৬ বছৰ বয়সত তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ।## ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা মুখ্যমন্ত্ৰীৰ।## ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব গগৈক।## একেৰাহে ৩টা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল গগৈ।## ২০০১ৰ পৰা ২০১৬লৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল।## ৬ বাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ।## ১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।## ১৯৯১ৰ পৰা ১৯৯৬লৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে।## ১৯৮৫ৰ পৰা ১৯৯০লৈ AICCৰ সাধাৰণ সম্পাদক আছিল।## ১৯৯১ৰ পৰা ১৯৯৬লৈ কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ বিভাগৰ মন্ত্ৰী আছিল।## ১৯৮৬ৰ পৰা ১৯৯০লৈ APCCৰ সভাপতি আছিল তৰুণ গগৈ।## ১৯৯৬ চনত দ্বিতীয়বাৰলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল।## ২০০১ চনত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লৈছিল।## ২০০১ৰ ১৮ মে'ৰ পৰা ২০১৬ৰ ২৪ মে'লৈ অসমৰ মুখ্যমন্ত্ৰী আছিল।## যোৰহাট নগৰপালিকাৰ সদস্য ৰূপেও নিৰ্বাচিত হৈছিল ১৯৬৮ চনত।## দেউতাক ড০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ চিকিত্সক।## মাতৃ উষা গগৈ আছিল প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী।## মাক-দেউতাকে মৰমতে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক।## ১৯৩৬ চনৰ ১ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল গগৈয়ে।## যোৰহাটৰ ৰঙামাটিত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।## ২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন।## চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল যোৰহাট মাদ্ৰাছা স্কুলত।## ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল বাদুলিপাৰ চাহ বাগিচাৰ সমীপৰ ভোলাগুৰি হাইস্কুলত।## ১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছিল মেট্ৰিকত।## যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল গগৈয়ে।## গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও অৰ্জন কৰিছিল।## ১৯৭২ৰ ৩০ জুলাইত ডলী গগৈৰে আৰম্ভ কৰিছিল যুগ্ন জীৱন।## এম বি এ ডিগ্ৰীধাৰী কন্যা চন্দ্ৰিমা গগৈ, পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ।## ২০২০ৰ ২৬ আগষ্টত কৰ'ণাত আক্ৰান্ত হৈ GMCHত চিকিত্সাধীন হৈছিল।## বিধায়কৰূপে ১৯৯৬ত প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।## ২০০১ৰ পৰা মৃত্যুৰ সময়লৈ তিতাবৰ সমষ্টিৰ বিধায়ক আছিল তৰুণ গগৈ ৷NORTHEAST NEWS INDIA
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...